পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৪০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
(কোনো পাৰ্থক্য নাই)

০০:০০, ২৯ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ফুটপাথ ২ ফুটপাথত সদায় জন্ম পাওঁ ২:আৰু ফুটপাথৰ যন্ত্ৰণাবোৰ কঢ়িয়াই লৈ ফুৰো বুকুত এটা পেচমেকাৰ সুমুৱাই লৈ ফুৰাদি তোমালোকৰ পদূলিৰে ধূলি উৰুৱাই গুচি যাওঁ ধূলিবোৰত ফুটপাথৰ কেঁচা গোন্ধ উৰি ফুৰে তোমাৰ পঢ়া কোঠাৰ আইনবোৰতত দিক || ডাঠ চামনি বান্ধি =) সেউজীয়া হৈ পৰে ফুটপাথৰ ধূলি চটি ভিসি কোলাহলৰ মাজৰ পৰা নিৰ্জনতাৰ গভীৰলৈ স5ে লৈ যাব বিচাৰো তy/ 2aA ফুটপাথত আঁৰি থ'ব বিচাৰো এটা যন্ত্ৰণাৰ কবিতা ১ চা চাঙচব সিডি চক) ৪ সেউজীয়াৰ দৰে / ৩৩