পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৩৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "মেঘ-চকুলো বৌদ্ৰ কামনাত দগ্ধ গা- ভাৰি মেঘববাৰে চকু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২৩:৫৭, ২৮ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মেঘ-চকুলো বৌদ্ৰ কামনাত দগ্ধ গা- ভাৰি মেঘববাৰে চকুলো টুকিছে দিনে-ৰাতি অবুজ বেদনাত কেতিয়াবা শিলহৈ পৰে চকুলো। আবি বাইৰ ঘৰৰ উৰুখা চালত গিজ গিজাই নামে কলহৰ কাণ বাগৰি বুকুৰ মেঠনি তিতে পাৰ ভাঙি নিগৰা চকুলোই শোক ঘন হৃদয় ধুই নিয়াৰ দৰে বৰষুণ পৰি পৰি পাতলি যায় মেঘৰ আচ্ছাদন ফৰকাল আকাশত আকৌ ৰ’দ আকৌ মেঘৰ দামামা এনেকৈয়ে নিগৰি নিগৰি জুম বান্ধে বুকুত চকুলোৰ সৰোবৰ......... সেউজীয়াৰ দৰে / ৩০