পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৩১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "গছ পিতায়ে কৈছিল গছেইঈশ্বৰ সেউজীয়াৰ ভিতৰৰ বতাহ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২৩:৫৬, ২৮ ডিচেম্বৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গছ পিতায়ে কৈছিল গছেইঈশ্বৰ সেউজীয়াৰ ভিতৰৰ বতাহ জাকত দুলি থাকে আমাৰ জীৱন গছে বিয়পাই দিয়ে আকাশত ফুলৰ জোন মেঘৰ চকুপানী মাটিৰ সততাক চুমা খাই গছে। আজীৱন মাটিক সাৱটি নৈৰ পাৰতৰৈ থাকে অকলশৰে সেউজীয়াৰ দৰে / ২৬