পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}ফুলেশ্বৰী — “বাৰু মই আজিয়েই দেউতাক কই তোৰ পিতাৰক
{{gap}}ফুলেশ্বৰী — “বাৰু মই আজিয়েই দেউতাক কই তোৰ পিতাৰক
মতাই আনিম আৰু দেউতাৰ হতুৱাই কোৱাইমেলি যেনেহলেও
মতাই আনিম আৰু দেউতাৰ হতুৱাই কোৱাইমেলি যেনেহলেও
মই তােৰ পিতাৰক তােৰ বিয়াৰ সন্মত কৰাম।” ফুলেশ্বৰী আইদেৱৰ
মই তোৰ পিতাৰক তোৰ বিয়াৰ সন্মত কৰাম। ” ফুলেশ্বৰী আইদেৱৰ
এই কথাত আঘণী আনন্দিত হৈ সেৱা এটা কৰি ঘৰলৈ গল।
এই কথাত আঘণী আনন্দিত হৈ সেৱা এটা কৰি ঘৰলৈ গল।


{{gap}}পিছদিনা শদিয়াখােৱা গোঁহায়ে লাংফাই দেউৰীৰক মতাই আনি
{{gap}}পিছদিনা শদিয়াখোৱা গোঁহায়ে লাংফাই দেউৰীৰক মতাই আনি
আঘণীক ধনেশ্বৰলৈ দিবলৈ সন্মত কৰােৱাই, ধনেশ্বৰ আৰু ধনেশ্বৰৰ
আঘণীক ধনেশ্বৰলৈ দিবলৈ সন্মত কৰোৱাই, ধনেশ্বৰ আৰু ধনেশ্বৰৰ
বাপেকলৈ খবৰ পঠিয়াই সিহঁতকো অনাই আঘণী আৰু ধনেশ্বৰৰ
বাপেকলৈ খবৰ পঠিয়াই সিহঁতকো অনাই আঘণী আৰু ধনেশ্বৰৰ
বিয়াখন পতালে। দুদিনৰ ভিতৰতে আঘণী আৰু ধনেশ্বৰৰ বিয়া-
বিয়াখন পতালে। দুদিনৰ ভিতৰতে আঘণী আৰু ধনেশ্বৰৰ বিয়া-
খানো চকলং মতে হই গল। অনেক দুখৰ পিছত ধনেশ্বৰ আঘণী
খানো চকলং মতে হই গল। অনেক দুখৰ পিছত ধনেশ্বৰ আঘণী
সুখী হল। লাংফায়ে চকলং মতে বিয়া হোৱাত কোনাে আপত্তি
সুখী হল। লাংফায়ে চকলং মতে বিয়া হোৱাত কোনো আপত্তি
নকৰিলে। বিয়া হােৱাৰ আগেয়ে ধনেশ্বৰ আৰু আঘণীয়ে আহোম
নকৰিলে। বিয়া হোৱাৰ আগেয়ে ধনেশ্বৰ আৰু আঘণীয়ে আহোম
ৰাইজক জনাইছিল যে তেওঁলােক আহােম জাতিত উঠিব। ৰাইজে
ৰাইজক জনাইছিল যে তেওঁলোক আহোম জাতিত উঠিব। ৰাইজে
সম্মতি দিলে, তেতিয়া ধনেশ্বৰে আহােম ৰাইজক অলপ জা-জলপান
সম্মতি দিলে, তেতিয়া ধনেশ্বৰে আহোম ৰাইজক অলপ জা-জলপান
খুৱাই সেৱা কৰিলে। আহােম ৰাইজে তেওঁবিলাকক আহােম
খুৱাই সেৱা কৰিলে। আহোম ৰাইজে তেওঁবিলাকক আহোম
সমাজত ঠাই দিলে। ধনেশ্বৰৰ লগে লগে ধনেশ্বৰৰ বাপেককে
সমাজত ঠাই দিলে। ধনেশ্বৰৰ লগে লগে ধনেশ্বৰৰ বাপেককে
প্ৰমুখ্যে কৰি গোটেইটো ষাড়ৰ খেলৰ চুতীয়াসকল আহােম হল।
প্ৰমুখ্যে কৰি গোটেইটো ষাড়ৰ খেলৰ চুতীয়াসকল আহোম হল।
লাংফায়ে তামাৰ মাইক প্রকৃত মাতৃ বুলি ভাবিবলৈ ধৰিলে — নৰবলি
লাংফায়ে তামাৰ মাইক প্ৰকৃত মাতৃ বুলি ভাবিবলৈ ধৰিলে — নৰবলি
খাইতী ৰাক্ষসী কলঙ্কটো মাতৃৰ গাৰপৰা তেওঁৰ মনৰপৰা আঁতৰালে।
খাইতী ৰাক্ষসী কলঙ্কটো মাতৃৰ গাৰপৰা তেওঁৰ মনৰপৰা আঁতৰালে।
প্রভু কৃষ্ণত বিশিষ্ট ভক্তি আৰু প্ৰীতি জন্মাত লাংফায়ে বৈষ্ণবীৰ
প্ৰভু কৃষ্ণত বিশিষ্ট ভক্তি আৰু প্ৰীতি জন্মাত লাংফায়ে বৈষ্ণবীৰ
পৰাই বৈষ্ণৱ ধৰ্ম্মত শৰণ ললে। দেউৰী গাৱঁৰপৰা উঠি আহি,
পৰাই বৈষ্ণৱ ধৰ্ম্মত শৰণ ললে। দেউৰী গাৱঁৰপৰা উঠি আহি,
শদিয়াখােৱা গোঁহাইৰ হাউলিৰ ওচৰতে লাংফাই আৰু ষাড়ৰ খেলৰ
শদিয়াখোৱা গোঁহাইৰ হাউলিৰ ওচৰতে লাংফাই আৰু ষাড়ৰ খেলৰ
চুতীয়াসকল, ধনেশ্বৰ এই সকলে ঘৰ বান্ধি ললে। এটাইবিলাকেই
চুতীয়াসকল, ধনেশ্বৰ এই সকলে ঘৰ বান্ধি ললে। এটাইবিলাকেই
মদ মঙ্গহ এৰি বৈষ্ণব হল। আৰু সকলােৱে সুখেৰে কাল নিয়াব
মদ মঙ্গহ এৰি বৈষ্ণব হল। আৰু সকলোৱে সুখেৰে কাল নিয়াব
ধৰিলে। ধনেশ্বৰক শদিয়াখােৱা গোঁহায়ে চুতীয়া আহােমসকলৰ
ধৰিলে। ধনেশ্বৰক শদিয়াখোৱা গোঁহায়ে চুতীয়া আহোমসকলৰ
ওপৰত গোঁহাই-বৰুৱা পাতিলে।
ওপৰত গোঁহাই-বৰুৱা পাতিলে।


{{center|৩৫}}
{{center|৩৫}}


{{gap}}বিয়া দুখান হৈ যােৱাৰ পিছত খৰালি কাল ভালকৈ পৰাত
{{gap}}বিয়া দুখান হৈ যোৱাৰ পিছত খৰালি কাল ভালকৈ পৰাত
এদিন বৈষ্ণবীয়ে শদিয়াখােৱা গোঁহাইদেৱক কাকুতি মিনতি কৰি
এদিন বৈষ্ণবীয়ে শদিয়াখোৱা গোঁহাইদেৱক কাকুতি মিনতি কৰি
জনালে যে তেওঁবিলাকক পৰশুৰাম কুণ্ডলৈ যাবলৈ বিদায় দিব
জনালে যে তেওঁবিলাকক পৰশুৰাম কুণ্ডলৈ যাবলৈ বিদায় দিব
লাগে। বৈষ্ণবীৰ অনুৰােধত শদিয়াখােৱা গোঁহাইদেৱে তেওঁলােকৰ
লাগে। বৈষ্ণবীৰ অনুৰোধত শদিয়াখোৱা গোঁহাইদেৱে তেওঁলোকৰ