পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
বহুৱাই লই কলে :— “গোঁহাইদেৱ বোপাটি! মই কথা এটা কওঁ!

{{gap}}কমলেশ্বৰ — “কওক আই দেউতা।”
{{gap}}কমলেশ্বৰ — “কওক আই দেউতা। ”

{{gap}}শঃ খোঃ গোঁহাইদেৱনী — “মই দেখিছোঁ মোৰ ফুলেশ্বৰী আই-

দেৱে তোমাক ভাল পায়। তুমিও বোধ কৰো তেওঁক ভাল পোৱা।

সেই দেখি মই মোৰ আইদেৱক তোমালৈ বিয়া দিব খোজো —

তুমি কি কোৱা?” শদিয়াখোৱা গোঁহাইদেৱৰ পৰিবাৰে এই কথা

কলত কমলেশ্বৰ গোঁহায়ে সেৱা এটা কৰি কলে — “দেউতা ঈশ্বৰীয়ে

যেনে ভাল দেখে কৰক।” কমলেশ্বৰৰ এক কথাত গোঁহাইদেৱনীয়ে
যেনে ভাল দেখে কৰক। ” কমলেশ্বৰৰ এক কথাত গোঁহাইদেৱনীয়ে
তৎক্ষণাৎ গই শদিয়াখোৱা গোঁহাইদেৱত জনালে — শদিয়াখোৱা

গোঁহাইদেৱ নিজৰ খোটালিৰপৰা ওলাই আহি পিৰালিত থিয়

২২ নং শাৰী: ২২ নং শাৰী:
গোঁহাইদেৱৰ লগত ফুলেশ্বৰী আইদেৱৰ চকলং বিধি মতে বিয়া হৈ

গল। ডেকা-গাভৰু উভয়ে সুখী হল। কোৱা নিষ্প্ৰয়োজন এই

বিয়াত বৈষ্ণবী, লাংফাই আঘণীও আছিল।
বিয়াত বৈষ্ণবী, লাংফাই আঘণীও আছিল।

{{gap}}এই বিয়াৰ প্ৰায় এমাহ মানৰ মূৰত ফুলেশ্বৰী গাভৰুৱে এদিন

২৮ নং শাৰী: ২৮ নং শাৰী:
বিয়া হোৱাত কিবা আপত্তি আছেনে?”
বিয়া হোৱাত কিবা আপত্তি আছেনে?”

{{gap}}আঘণী — “আইদেৱে দেখোন এই বেটীৰ সকলো কথা জানে।”
{{gap}}আঘণী — “আইদেৱে দেখোন এই বেটীৰ সকলো কথা জানে। ”

{{gap}}ফুলেশ্বৰী — “মই আকৌ ভাবিছিলো তই কিজানি মত সলাইছ —

সেই দেখিহে তই নিজে মোক ইমান দিনে খাটনি ধৰা নাই।”
সেই দেখিহে তই নিজে মোক ইমান দিনে খাটনি ধৰা নাই। ”

{{gap}}আঘণী — “দেউতাই যদি গোঁহাইদেৱক পাহৰিব নোৱাৰিলে দেউতাৰ

বেটীয়েনো কেনেকৈ দেউতাৰ সেনাপতিজনক পাহৰিম। পিছত

বোপায়ে এতিয়ালৈকে সন্মতি দিয়া নাই। সেই দেখিহে বেটী মনে

মনে ঘৰতে বহি আছিলো।”
মনে ঘৰতে বহি আছিলো। ”