পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৫ নং শাৰী: ৫ নং শাৰী:
নিৰ্দ্দোষী মানুহক বলি দিবলৈ ধৰিলে, তেতিয়াৰেপৰা মোৰ প্ৰাণটো

বৰ আকুল হ’ল। হাঁয় মোৰ নামৰপৰা মাতৃত্ব কাঢ়ি নি নজনা

মানুহে মোক নিজৰ সন্তান খাতী বাঘিনী বা ৰাক্ষসীতহে পেলাইছে।

মোৰ মনৰ দুখত তহঁত ৰাইজৰ আৰু ৰজা ঘৰৰো দিন দিন হানি

হৈছে। উজনি অঞ্চলত মৰাণৰ বিদ্ৰোহ, ভাটীত দন্দুৱাৰ বিদ্ৰোহ

ইত্যাদি অগনি জ্বলিল, এতিয়া মানে আহি তহঁতৰ দেশ লণ্ডভণ্ড

কৰিবলৈ ধৰিছে। যি কি নহওঁক এতিয়াৰপৰা আৰু মোৰ মন্দিৰত

নৰবলি নহব। এই বেলি এই তান্ত্ৰিকৰ বলিয়েই শেষ হল।

আই কওকচোন এইটা কি সপোন দেখিলো?”
আই কওকচোন এইটা কি সপোন দেখিলো?”

১৭ নং শাৰী: ১৭ নং শাৰী:
পশুৰ ভিতৰত বিড়ালি, বাঘ, আৰু কুকুৰ শিয়ালেও হেনো শেষত

হোৱা পোৱালি এটা জাল স্বৰূপে খায়। তামাৰ মাইতো পশু

নহয় — তেওঁ গোঁসানীহে, জগতৰ মাতৃহে। তেওঁ কেলেই নৰবলি লব।”
নহয় — তেওঁ গোঁসানীহে, জগতৰ মাতৃহে। তেওঁ কেলেই নৰবলি লব। ”

{{gap}}লাংফাই — “তেনেহলেনো এই নৰ-বলি প্ৰথাটো কেনেকৈ আজি

ইমান দিনে চলিল?”
ইমান দিনে চলিল?”

{{gap}}বৈষ্ণবী — “সেইটো মানুহৰ অজ্ঞানতা দোষৰপৰা উদ্ভৱ হল।

যি কি নহওক মোৰ বিবেচনাৰে অজ্ঞান এন্ধাৰৰ দিন গল। শঙ্কৰ

সূৰ্য্যই ভাটী অসম ডোখৰ তেওঁৰ নিৰ্ম্মল পৱিত্ৰ বৈষ্ণৱ ধৰ্ম্মেৰে

৩০ নং শাৰী: ৩০ নং শাৰী:
প্ৰথাটো আছিল। সুখৰ বিষয় এতিয়াৰপৰা ইয়াতে শঙ্কৰ সূৰ্য্যই

এই দুখুনী বৈষ্ণবীৰ হতুৱায়ে অলপ পোহৰ দিছে। সেই কাৰণে

এতিয়াৰেপৰা তামাৰ মাইৰ মন্দিৰতো আৰু নৰ-বলি নহব।”
এতিয়াৰেপৰা তামাৰ মাইৰ মন্দিৰতো আৰু নৰ-বলি নহব। ”

{{gap}}লাংফাই — “বৈষ্ণবী আই! কালি তোমাৰ ঔষধত আৰু বিশেষ

তুমি পিবলৈ দিয়া পানী টুপিত মই যেন নতুন জনম পালোঁ।

আই! তোমাৰ ঋণ মই কেনেকৈ সুজিম।”
আই! তোমাৰ ঋণ মই কেনেকৈ সুজিম। ”