পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৭৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
গোঁহাইদেৱৰ জয়।” জয়ধ্বনি থামিলত শদিয়াখোৱা গোঁহাইদেৱে
গোঁহাইদেৱৰ জয়। ” জয়ধ্বনি থামিলত শদিয়াখোৱা গোঁহাইদেৱে
কলে — “দেউৰীসকল! ষাঁড়ৰ বলিজনক মোৰ ওচৰলৈ আনা —

মই তাক কেইষাৰমান কথা সেধে।” গোঁহাইদেউৰ এই আদেশত
মই তাক কেইষাৰমান কথা সেধে। ” গোঁহাইদেউৰ এই আদেশত
দেউৰীসকলে আৰু বামাচাৰী তান্ত্ৰিকে ৰছি লগোৱা ধনেশ্বৰক লই

আহিল। গোঁহাইদেৱে সুধিলে — “হেৰ ষাঁড়! তই গোসানীৰ আগত

বলি যাবলৈ সাজু আছনে?” ধনেশ্বৰ — “দেউতা ঈশ্বৰ! মই সাজু নহওঁ।

মই নিৰ্দ্দোষী — ৰাইজসকল মই নিৰ্দ্দোষী, মই আহোম — মোক এই

তান্ত্ৰিকে আৰু লাংফায়ে অন্যায় কৰি, কুট চক্ৰান্ত কৰি বলিত পেলাইছে।”
তান্ত্ৰিকে আৰু লাংফায়ে অন্যায় কৰি, কুট চক্ৰান্ত কৰি বলিত পেলাইছে। ”
এইদৰে ধনেশ্বৰে চিঞৰি চিঞৰি কোৱাৰ পিছতে শদিয়াখোৱা গোঁহাইৰ

আদেশ অনুসৰি কমলেশ্বৰ গোঁহায়ে ৰাইজক কলে — “ৰাইজসকল! গল

পৰহিয়েই দেও পৰীক্ষাটোত যে কুট চক্ৰান্ত হৈছিল, কাৰসাজি হৈছিল

এই কথাটো আমাৰ দেউতা ঈশ্বৰে প্ৰমাণ পাইছে।”
এই কথাটো আমাৰ দেউতা ঈশ্বৰে প্ৰমাণ পাইছে। ”

{{gap}}শঃ খোঃ গোঁঃ — “হয় ৰাইজসকল! মই প্ৰমাণ পাইছো, পৰীক্ষা-

টোত কাৰসাজি আছিল।”
টোত কাৰসাজি আছিল। ”

{{gap}}বামাচাৰী তান্ত্ৰিক — “সেইটো কোনে প্ৰমাণ কৰিছিল?”

১৯ নং শাৰী: ১৯ নং শাৰী:
{{gap}}কমলেশ্বৰ — “হেৰ বন্দী কটা বঙাল। তই দেউতা ঈশ্বৰৰ কথাত

মুখে মুখে জবাব দিবলৈ সাহ পালিনে? সেইটো প্ৰমাণ অনেক

ৰাইজৰ আগত বৈষ্ণবীয়ে কৰি দেখুৱাইছে।”
ৰাইজৰ আগত বৈষ্ণবীয়ে কৰি দেখুৱাইছে। ”

{{gap}}বামাচাৰী — “কৰ বৈষ্ণবী সেইজনী?”
{{gap}}বামাচাৰী — “কৰ বৈষ্ণবী সেইজনী?”
২৫ নং শাৰী: ২৫ নং শাৰী:
{{gap}}কমলেশ্বৰ — “যেনেকৈ তই কৰ বামাচাৰী, কি জাতিৰ, আগৰ কৰ

মানুহ নাজানো, সেইদৰে আমিও বৈষ্ণবীৰ সম্পূৰ্ণ আতি-গুৰি নাজানো

যদিও আমি এইটো জানো যে তেওঁ আগৰ অসমৰে জীয়ৰী।”
যদিও আমি এইটো জানো যে তেওঁ আগৰ অসমৰে জীয়ৰী। ”

{{gap}}শঃ খোঃ গোঁঃ — “মই এই বলিক মুক্ত কৰিলোঁ দেউৰীসকল! তাক

এৰি দিয়া।”
এৰি দিয়া। ”

{{gap}}শঃ খোঃ গোঁহাইদেৱৰ এই আদেশত বামাচাৰী তান্ত্ৰিকে গৰ্জ্জি

চক পকাই কলে :— “তামাৰ মাইৰ বলিক এৰি দিবলৈ কাৰ সাধ্য আছে?

দেউৰীসকল ধৰ এওঁক বলেৰে লৈ যাওঁ।” তেতিয়া দেউৰীসকলে
দেউৰীসকল ধৰ এওঁক বলেৰে লৈ যাওঁ। ” তেতিয়া দেউৰীসকলে
আৰু বামাচাৰীয়ে ধনেশ্বৰক টানি নিব ধৰিলে। বামাচাৰী উন্মত্ত

আৰু ধনেশ্বৰৰো প্ৰাণৰ মায়া — ধনেশ্বৰ এফালে আৰু বামাচাৰী আন