পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৭৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
মন্দিৰলৈ পঠায়; আৰু দুয়ো দুটা ঘোৰাত উঠি যেন তেওঁৰ লগতে

তাম্ৰেশ্বৰীৰ মন্দিৰলৈ যায়। শদিয়াখোৱা গোঁহাইৰ আদেশ অনুসৰি

দুয়োজনা গোঁহায়ে নিশাৰ ভিতৰতে সকলো যতন কৰি থলে।

{{center|২৭}}
{{center|২৭}}
১৩ নং শাৰী: ১৩ নং শাৰী:
আছে। এনেতে পুৱতী নিশা সমাজিক দেখিলে যেন তামাৰ মাইৰ

মন্দিৰৰ ভিতৰৰপৰা তামাৰ মাই নিজে এজনা অতি দিপ্ লিপ্ কন্যাৰ

ৰূপ লই আহি তেওঁক কইছে :— “ধনেশ্বৰ! তই পৰম ভক্ত।

তই কৃষ্ণ ভক্ত যেতিয়াই, তেতিয়াই তই মোৰ ভক্ত। বাছা! মই

সকলোৰে মাতৃহে। মই কেতিয়াও মানুহৰ তেজ মঙহ নাখাওঁ।

এই দেউৰীবিলাকে আজি ৬০০ বছৰে মোৰ দেহটো কলুষিত কৰিছে।

মোক সকলোৰে মাতৃ গুচাই মোক এজনী ৰাক্ষসী কৰিছে। যি

কি নহওঁক বাছা! মোৰ এই কলঙ্ক মুক্তিৰ দিন আহিল। বাছা!