পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৭১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
এৰি কেৱল একমনে ঈশ্বৰক ভাবে। তেওঁক সেইদৰে ভাবোঁতে

ভাবোঁতে মন বলী হয়। যি সকল নৰৰ ভিতৰত শ্ৰেষ্ঠ তেওঁলোকৰো

মন বলী।”
মন বলী। ”

{{gap}}শঃ খোঃ গোঁঃ — “বাৰু বৈষ্ণবী! মই তোমাৰ দৰে কৰিয়েই

যাৰে তাৰে নাম তোলাব পাৰিমনে?”
যাৰে তাৰে নাম তোলাব পাৰিমনে?”

{{gap}}বৈষ্ণবী — “দেউতা ঈশ্বৰে পৰীক্ষা কৰি চাওক।”
{{gap}}বৈষ্ণবী — “দেউতা ঈশ্বৰে পৰীক্ষা কৰি চাওক। ”

{{gap}}বৈষ্ণবীৰ এই কথাত শঃ খোঃ গোঁহাইদেৱে সেই লৰা তিনিটাৰ

১৫ নং শাৰী: ১৫ নং শাৰী:
চৌথা দিনা ধনেশ্বৰক মুক্ত কৰিম। পাৰিমনে মুক্ত কৰিব?”

{{gap}}বৈষ্ণবী — “নিশ্চয় পাৰিব দেউতা ঈশ্বৰ।”
{{gap}}বৈষ্ণবী — “নিশ্চয় পাৰিব দেউতা ঈশ্বৰ। ”

{{gap}}শঃ খোঃ গোঁঃ — “বাৰু বৈষ্ণবী! মই যদি ধনেশ্বৰক এৰাই

২৪ নং শাৰী: ২৪ নং শাৰী:
{{gap}}বৈষ্ণবী — “কেলেই বিঘিনি হব দেউতা ঈশ্বৰ। তামাৰ মায়ে

কেতিয়াও কোনো কালেই কোৱা নাই “মোক মানুহ বলি দে

তেহে মই সন্তুষ্ট থাকিম।” এটা শিলৰ বা কাঠৰ বা আন ধাতুৰ
তেহে মই সন্তুষ্ট থাকিম। ” এটা শিলৰ বা কাঠৰ বা আন ধাতুৰ
মূৰ্ত্তিৰ আগত এটা নিৰপৰাধী মানুহক বলি দিয়াটো পাপহে পূণ্যৰ

কাৰ্য্য নহয়।”
কাৰ্য্য নহয়। ”

{{gap}}শঃ খোঃ গোঁঃ — “ৰাজদণ্ডত প্ৰাণদণ্ড পাবলগীয়া মানুহকো গোসানীৰ

৩৩ নং শাৰী: ৩৩ নং শাৰী:
{{gap}}বৈষ্ণবী — “এনেকুৱা মানুহক বলি দিলে দোষ নহয়। কিন্তু প্ৰাণ

দণ্ডৰ ব্যৱস্থাটোৱে অন্যায়। ৰাজদ্ৰোহীকে প্ৰাণে নামাৰি কোনো

এঠাইত বন্দী কৰি থোৱাটোহে প্ৰশস্ত বিধি।”
এঠাইত বন্দী কৰি থোৱাটোহে প্ৰশস্ত বিধি। ”

{{gap}}শঃ খোঃ গোঁঃ — “বাৰু! ধনেশ্বৰ দোষী নহয়নে? সি লাংফাই