পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৭০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৭ নং শাৰী: ৭ নং শাৰী:
নাম এনেকুৱা যাদু বিদ্যাৰেই কাৰসাজি কৰি তোলাই দিছিল। দেখক

ধনেশ্বৰ চুতীয়া নিৰ্দ্দোষী। ৰাইজে আৰু দেউতা ঈশ্বৰে ধনেশ্বৰ চুতীয়াক

মুক্ত কৰি এৰি দিয়ক।” তেতিয়া ৰাইজে চিঞৰি চিঞৰি কলে — “এৰা
মুক্ত কৰি এৰি দিয়ক। ” তেতিয়া ৰাইজে চিঞৰি চিঞৰি কলে — “এৰা
দেউতা ঈশ্বৰ ধনেশ্বৰ চুতীয়াক এৰি দিয়ক গৈ।” শঃ খোঃ গোঁহাইদেৱে
দেউতা ঈশ্বৰ ধনেশ্বৰ চুতীয়াক এৰি দিয়ক গৈ। ” শঃ খোঃ গোঁহাইদেৱে
“বাৰু তাক মুক্ত কৰা হব” এইদৰে কই ৰাইজক বিদায় দিলে।

ৰাইজ ঘৰ-ঘৰি গলত বৈষ্ণবীক ওচৰলৈ মাতি নি সুধিলে — “বৈষ্ণবী?

বাৰু কোৱাচো কি যাদু মন্ত্ৰৰ বলত বামাচাৰীয়ে কৰাৰ দৰে

১৭ নং শাৰী: ১৭ নং শাৰী:
মাথোন এটা প্ৰবল ইচ্ছা শক্তি। মই লৰা কেইটাৰ গাত হাত বুলাই মই

সিহঁতৰ জীউ কেইটাক মোৰ বশ কৰি লইছিলো। তাৰ পিছত মই

মোৰ নিজৰ মনত কমলেশ্বৰ গোঁহাইৰ নামটো জপ কৰিছিলো।

সেই অনুসৰি লৰা কেইটাৰ জীৱে কমলেশ্বৰৰ নামটোকে তুলি দিছিল।”
সেই অনুসৰি লৰা কেইটাৰ জীৱে কমলেশ্বৰৰ নামটোকে তুলি দিছিল। ”

{{gap}}শঃ খোঃ গোঁঃ — “মইও যদি এটা মানুহৰ নাম সেইদৰে জপি

২৫ নং শাৰী: ২৫ নং শাৰী:
{{gap}}বৈষ্ণবী — “দেউতা ঈশ্বৰ যেতিয়াই অতবিলাক প্ৰাণীৰ ওপৰত

ৰজা তেতিয়াই মোৰ দেউতা ঈশ্বৰৰ মন বলী। দেউতা ঈশ্বৰে

পাৰিলেও পাৰিব পাৰে।”
পাৰিলেও পাৰিব পাৰে। ”

{{gap}}শঃ খোঃ গোঁঃ — “সকলোৱে কৰিব পাৰিবনে?”

{{gap}}বৈষ্ণবী — “সকলোৱে কৰিব নোৱাৰে। যাৰে যাৰে মন বলী,

ইচ্ছা শক্তি বৰ প্ৰবল সেই সকলেহে পাৰিব।”
ইচ্ছা শক্তি বৰ প্ৰবল সেই সকলেহে পাৰিব। ”

{{gap}}শঃ খোঃ গোঁঃ — “বাৰু মননো কেনেকৈ বলী কৰা যায়?”