পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৬৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১২ নং শাৰী: ১২ নং শাৰী:
কাপোৰ পিন্ধাই ৰাইজক দেখুৱাৰ তেতিয়া তই চিঞৰি চিঞৰি ৰাইজক

কবি : “ৰাইজ! মই নিৰ্দ্দোষী, মই নিৰ্দ্দোশী; এই বামাচাৰী তান্ত্ৰিকে

কাৰসাজি কৰিহে মোক বলিত পেলাইছে।” তেতিয়া দেখিবি কি
কাৰসাজি কৰিহে মোক বলিত পেলাইছে। ” তেতিয়া দেখিবি কি
এটা হুলস্থুল লাগে।
এটা হুলস্থুল লাগে।

{{center|২৪}}
{{center|২৪}}
২০ নং শাৰী: ২০ নং শাৰী:
আইদেৱে দুপৰীয়া খাই-বই উঠি জিৰোৱাৰ পিছতে ভাটীবেলা আঘণী

আহি আইদেৱৰ আগত আঠু লই সেৱা জনাই কলে :— “আইদেউ!

ঈশ্বৰী! এই বেটীয়ে এটা গোহাৰি কৰিবলৈ আহিলোঁ।”
ঈশ্বৰী! এই বেটীয়ে এটা গোহাৰি কৰিবলৈ আহিলোঁ। ”

{{gap}}ফুলেশ্বৰী — “কি গোহাৰি কচোন আঘণী!”

{{gap}}আঘণী — “আইদেৱ ঈশ্বৰী! নিৰলেহে গোহাৰিটো জনাব খোজো।

{{gap}}ফুলেশ্বৰী — “তেন্তে বাৰু মোৰ খোটালিলৈ বল” এই বুলি কই

আইদেৱে আঘণীক নিজৰ খোটালিলৈ লই গল আৰু তাত যথা-

যোগ্য আসনত বহুৱাই, আৰু নিজেও বহি কলে :— “এতিয়া বাৰু

কচোন তোৰ কি গোহাৰি।”
কচোন তোৰ কি গোহাৰি। ”

{{gap}}আঘণী — “কি কম আইদেউ! মই আপোনালোকৰ সেনাপতি

ধনেশ্বৰ চুতীয়াই বলিৰপৰা ৰক্ষা পাবলৈ আইদেৱক খাটিবলৈ

আহিছোঁ। সি নিৰ্দ্দোষী — আইদেৱ ঈশ্বৰীয়ে পিতৃদেৱতাত জনাই

তাক মুক্ত কৰাই দিয়ক।”
তাক মুক্ত কৰাই দিয়ক। ”