পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৬৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
বাছা! সেই দেখি তই দিবাৰাত্ৰি হৰিৰ গুণ গা। হৰিক স্মৰণ

কৰ। সঙ্কটত হৰিৰ নাম মধুসূদন। এই মধুসুদন নাম জপ কৰি

থাকিবি।
থাকিবি।

{{gap}}ধনেশ্বৰ — “আই! মধুসুদনৰ নাম লই থাকিলে মই এইবেলি

৭ নং শাৰী: ৭ নং শাৰী:

{{gap}}বৈষ্ণবী — “মধুসূদনে ৰক্ষা কৰিব পাৰে। ৰক্ষা নকৰিলেও হানি

নাই, কিয়নো নাম বস্তুটো ইপুৰী সিপুৰী দুয়োৰে লগৰীয়া।”
নাই, কিয়নো নাম বস্তুটো ইপুৰী সিপুৰী দুয়োৰে লগৰীয়া। ”

{{gap}}ধনেশ্বৰ — “বাৰু আই! মানবী জনমটো যদি এনেকুৱা পবিত্ৰ

১৫ নং শাৰী: ১৫ নং শাৰী:

{{gap}}বৈষ্ণবী — “বাছা! এই নৰবলি অনুষ্ঠানটোৱেই এটা মোহ

বা অজ্ঞানৰ, অথবা অন্ধবিশ্বাসৰপৰা ওপজা এটা অনুষ্ঠান।

গোসানীয়ে কস্মিন্কালেও ৰজা বা দেউৰীসকলক কোৱা নাই “মোক

মানুহ বলি দে।” আগেয়ে প্ৰাণদণ্ডত দণ্ডিত হব লগা মানুহকহে
মানুহ বলি দে। ” আগেয়ে প্ৰাণদণ্ডত দণ্ডিত হব লগা মানুহকহে
গোসানীক বা জগন্মাতৃক সাক্ষী কৰি, তাৰ জীৱটো তৰি যাবলৈ,

গোসানীৰ আগত কাটিছিল। পিছত অজ্ঞান মানুহে, মোহত অন্ধ