পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৬৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
সেই পৰমব্ৰহ্ম ঈশ্বৰৰ হে অংশ। তেওঁক এৰিলে আন একোৰেই
সেই পৰমব্ৰহ্ম ঈশ্বৰৰ হে অংশ। তেওঁক এৰিলে আন একোৰেই
অস্তিত্ব নাই। মণিবিলাক যেনেকৈ একেডাল সূতাতে গথা থাকে
অস্তিত্ব নাই। মণিবিলাক যেনেকৈ একেডাল সূতাতে গথা থাকে
সেইদৰে এই কোটী কোটী ব্ৰহ্মাণ্ড ঈশ্বৰতেই সংলগ্ন হৈ আছে।
সেইদৰে এই কোটী কোটী ব্ৰহ্মাণ্ড ঈশ্বৰতেই সংলগ্ন হৈ আছে।
জীৱমাত্ৰেই ঈশ্বৰৰ অংশ “যত্ৰ জীৱ তত্ৰ শিৱ”! এই পৰমব্ৰহ্ময়ে
জীৱমাত্ৰেই ঈশ্বৰৰ অংশ “যত্ৰ জীৱ তত্ৰ শিৱ”! এই পৰমব্ৰহ্ময়ে
সন্তান ৰূপ জন্ম লই পিতৃ, মাতৃ, ভাই, ভনী ইত্যাদি সকলোকে
সন্তান ৰূপ জন্ম লই পিতৃ, মাতৃ, ভাই, ভনী ইত্যাদি সকলোকে
১৮ নং শাৰী: ১৮ নং শাৰী:
{{gap}}আমিও অংশ তোমাৰ
{{gap}}আমিও অংশ তোমাৰ
তযু সেৱাচুৰ{{gap}}পায়া মহামায়া
তযু সেৱাচুৰ{{gap}}পায়া মহামায়া
{{gap}}মুহিলে মন আমাৰ ।”</poem>}}
{{gap}}মুহিলে মন আমাৰ। </poem>}}


{{gap}}দৰাচলতে আমি সকলোৱে সেই পৰমাত্মাৰহে অংশ, কিন্তু আমি
{{gap}}দৰাচলতে আমি সকলোৱে সেই পৰমাত্মাৰহে অংশ, কিন্তু আমি
২৯ নং শাৰী: ২৯ নং শাৰী:
জনমত নহয়। মহাপুৰুষ মাধৱদেৱে কৈছে :—
জনমত নহয়। মহাপুৰুষ মাধৱদেৱে কৈছে :—


{{Block center|<poem>“ইন্দ্ৰিয় জনিত সুখ{{gap}}সমস্ত যনীতে পায়
{{Block center|<poem>“ইন্দ্ৰিয় জনিত সুখ{{gap}}সমস্ত যনীতে পায়।
{{gap}}{{gap}}হৰিসেৱা কোনো স্থানে নাই
{{gap}}{{gap}}হৰিসেৱা কোনো স্থানে নাই।
হৰিৰ সেৱাৰ যোগ্য{{gap}}এই মনুষ্য তনুমাত্ৰ
হৰিৰ সেৱাৰ যোগ্য{{gap}}এই মনুষ্য তনুমাত্ৰ।
{{gap}}{{gap}}এতেকেতে ফুৰ হৰিণ গাই ॥”</poem>}}
{{gap}}{{gap}}এতেকেতে ফুৰ হৰিণ গাই ॥”</poem>}}