পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৬২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
দিনৰ দিনা ধনেশ্বৰে বৈষ্ণবীক কলে :— “আই! আৰু দহ দিনৰ

মূৰত এই হতভগীয়াৰ জীৱনৰ অন্ত পৰিব। এই দেহৰপৰা মূৰটো

সুলকিব। আই! মােক কওকচোন ঈশ্বৰ জনানাে কৃষ্ণইনে?
সুলকিব। আই! মোক কওকচোন ঈশ্বৰ জনানো কৃষ্ণইনে?
আপুনি কৈছিল ঈশ্বৰজনা নিৰাকাৰ নিৰ্গুণ। যদি তেওঁ নিৰাকাৰ

নিৰ্গুণেই হল, তেনেহলে আকৌ সগুণ, আকাৰ বিশিষ্ট মনুষ্যৰূপী

১৪ নং শাৰী: ১৪ নং শাৰী:
বা গোসানীৰূপে বা মহাদেৱৰূপে কল্পনা কৰি লৈছে। মই এই

কথা তোমাক আগেয়ে এবেলি কইছোঁ, এতিয়া তুমি মনৰ খুদুৱনি

মাৰিবলৈ সুধিলা যেতিয়া মই আকৌ তােমাক কওঁ। দৰাচলতে
মাৰিবলৈ সুধিলা যেতিয়া মই আকৌ তোমাক কওঁ। দৰাচলতে
কৃষ্ণ মনুষ্যৰূপী হওকেই বা নহওকেই দৈৱকী বসুদেৱৰ পুত্ৰ হওকেই

বা নহওকেই তেওঁ একপক্ষে আমাৰ হিন্দু ঋষি-মুনিসকলৰ এটি অতি

মনমােহা, অতি সৌন্দৰ্য্য পৰিপুষিত হৃদয়-মন হৰণ কৰােতা, আনন্দময়
মনমোহা, অতি সৌন্দৰ্য্য পৰিপুষিত হৃদয়-মন হৰণ কৰোতা, আনন্দময়
মূৰ্ত্তি অথবা কল্পনা। যি কল্পনা বা মূৰ্ত্তিত ধ্যান, ধাৰণা, নাম-কীৰ্ত্তন

কৰি হৃদয়ত পৰম আনন্দ লাভ কৰিব পাৰি। ভাবি চোৱাচোন

তেওঁ সকলােৰে আপোন। তেওঁ দৈৱকী বসুদেৱৰ সুত। নন্দ
তেওঁ সকলোৰে আপোন। তেওঁ দৈৱকী বসুদেৱৰ সুত। নন্দ
যশােদাৰ তোলনীয়া পুত্ৰ হলেও তেওঁলােকৰ দুলাল। ৰাখাল
যশোদাৰ তোলনীয়া পুত্ৰ হলেও তেওঁলোকৰ দুলাল। ৰাখাল
বালকসকলৰ লগৰীয়া গৰু ৰখােতা আৰু ৰং-ধেমালিৰ বন্ধু। গােপী-
বালকসকলৰ লগৰীয়া গৰু ৰখোতা আৰু ৰং-ধেমালিৰ বন্ধু। গোপী-
সকলৰ ক্ষীৰ লবনু চোৰ আৰু তাৰ লগে লগে মনােৰঞ্জন। কৈশােৰত
সকলৰ ক্ষীৰ লবনু চোৰ আৰু তাৰ লগে লগে মনোৰঞ্জন। কৈশোৰত
গোপীসকলৰ হৃদয়ৰঞ্জনকাৰী দেৱতা। অৰ্জ্জুনৰ সখি, উদ্ধব-বিদুৰৰ

প্ৰভু। শিশুপাল, জৰাসন্ধ, দন্তবক্ৰ, কংশ এনেকুৱা অধাৰ্ম্মিকসকলৰ

শত্ৰু যমস্বৰূপ। পুণ্যবন্ত পাণ্ডৱসকলৰ সুহৃদ-বন্ধু — দ্বাৰকাৰ ৰজা-

ৰাণীৰ বল্লভ, ভক্তৰ ভগৱন্ত। জীৱৰ জীৱন। আত্মাৰ পৰমাত্মা।

তেওঁৰ ৰূপ অতুলনীয়, গুণো অনন্ত। আচল ঈশ্বৰ জনা প্ৰকৃতে

অনন্ত! নিৰ্গুণ, অথচ গুণ নিয়ন্তা হিন্দুৰ ঋষি-মুনিসকলে অনেক

সাধনাৰ পিছত, তপস্যাৰ পিছত ভগৱন্তৰ এনেকুৱা এটা সৰ্ব্ব গুণী,

সৰ্বসৌন্দৰ্যাৰে ভৰা, ৰূপ কল্পনা কৰি লৈছে। তেওঁলােকে ইয়াকো
সৰ্বসৌন্দৰ্যাৰে ভৰা, ৰূপ কল্পনা কৰি লৈছে। তেওঁলোকে ইয়াকো