পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৫৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}বৈষ্ণবী — “বাছা ধনেশ্বৰ তই সেইদৰে নাভাবিবি। মাতৃয়ে কেতিয়াও

সন্তানৰ ৰক্ত মাংস খাবলৈ নিবিচাৰে। সন্তানক খুৱাবলৈহে বিচাৰে।

পিছত আগৰ কালত মাতৃৰ আগত বলি দিছিল ৰাজদ্ৰোহী বা প্ৰাণ

দণ্ডত দণ্ডিত হব লগা মানুহকেহে — যাতে হিন্দুৱে মৰণ কালতো

৯ নং শাৰী: ৯ নং শাৰী:
প্ৰশান্ত নৰবলিৰ তো কথাই নাই; পশুবলি দিও গোসানী পূজাটো

উচিত নহয়। তহঁতৰ এই অসম দেশত মহাপুৰুষ শঙ্কৰ দামোদৰ

মাধব হৰিদেব এইসকল গুৰুৱেতো গোসানী পূজা কৰা নাছিলেই।

আন কি দামোদৰদেৱেও নিজে গোসানী পূজা কৰা নাছিল। এৰাব

নোৱাৰি দেৱ দামোদৰে লক্ষ্মীসিংহ ৰজাক গোসানী পূজিবলৈ অনুমতি

দিছিল যদিও পশুবলি অৰ্থাৎ হাঁহ পাৰ ছাগলী ইত্যাদি বলি দিবলৈ

দঢ়াই দঢ়াই মানা কৰিছিল। কইছিল “ধূপ দীপ নৈবিদ্যহে শোভন।”
দঢ়াই দঢ়াই মানা কৰিছিল। কইছিল “ধূপ দীপ নৈবিদ্যহে শোভন। ”
পিছত মাতৃভাবৰ পূজাত এইবিলাক জীৱহত্যা হৈ থকা দেখিয়েই

অসমৰ মহাপুৰুষসকলে হিংসা দ্বেষ শূন্য পৰম পৱিত্ৰ, প্ৰেম পৰিপূৰ্ণ

বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰি গৈছে। আমাৰ বৈষ্ণৱ ধৰ্ম্ম অতি পবিত্ৰ।

ইয়াত ৰাধা প্ৰেমৰ ভাব প্ৰবল নহয়, সেই দেখি আমাৰ বৈষ্ণব ধৰ্ম্মত

কামুকতা ব্যভিচাৰাদি নাই। অসমৰ বৈষ্ণৱ ধৰ্ম্ম গীতাৰ ধৰ্ম্ম “মামেক

২৩ নং শাৰী: ২৩ নং শাৰী:
ভাবে নিজক ভৃত্য ভাবে ভক্তি কৰিবলৈ শিকাই থৈ গৈছে। কেনে

সুনৰ সুন্দৰ প্ৰাৰ্থনা, তুতি, নমস্কাৰ শিকাই দিছে। শুনাচোঁ নাম-

ঘোষাত কি কৈছে।
ঘোষাত কি কৈছে।

{{Block center|<poem>মই দুৰাচাৰ{{gap}}{{gap}}কেবলে তোমাৰ

{{gap}}{{gap}}অপৰাধী নাৰায়ণ
{{gap}}{{gap}}অপৰাধী নাৰায়ণ।
ক্ষমিয়োক হৰি{{gap}}{{gap}}লৈয়ো দাস কৰি

{{gap}}{{gap}}পশিলো হেৰা শৰণ ॥</poem>}}
{{gap}}{{gap}}পশিলো হেৰা শৰণ ॥</poem>}}