পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৫৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}আঘণী — “আই! কওকচোন কি কাম কৰিব লাগিব। সি

দেখোন দেও পৰীক্ষাত বলিত পৰিছে। তাকনো কি উপায়ে ৰক্ষা

কৰিব পাৰি।”
কৰিব পাৰি। ”

{{gap}}বৈষ্ণবী — “উপায় আছে বাছা! যদি সেই দেও পৰীক্ষাৰ

ভিতৰত অন্যায় কাৰসাজি আছে তেনেহলে সি ৰক্ষা পৰিব।”
ভিতৰত অন্যায় কাৰসাজি আছে তেনেহলে সি ৰক্ষা পৰিব। ”

{{gap}}আঘণী — “দেও পৰীক্ষাত যে কাৰসাজি আছিল এইটোনো কোনে

১০ নং শাৰী: ১০ নং শাৰী:

{{gap}}বৈষ্ণবী — “বাছা! হৰি গুৰুৰ কৃপাত ময়েই সেই অন্যায় আৰু

কাৰসাজিটো ধৰি দিম। সদ্যহতে তোৰ সহায় এফেৰা মোক লাগে।”
কাৰসাজিটো ধৰি দিম। সদ্যহতে তোৰ সহায় এফেৰা মোক লাগে। ”

{{gap}}আঘণী — “আই কওক মইনো কি সহায় কৰিব পাৰোঁ।”
{{gap}}আঘণী — “আই কওক মইনো কি সহায় কৰিব পাৰোঁ। ”

{{gap}}বৈষ্ণবী — “তই কাইলৈ দুপৰীয়া সময়ত তোৰ পিতাদেৱেৰ

২১ নং শাৰী: ২১ নং শাৰী:
যেন তেওঁৰ পিতৃ দেৱতাক খাটে ধনেশ্বৰক এৰি দিবলৈ। আৰু

যেন মোক মতাই ৰাইজ চপাই আনি মোৰ হতুৱাই দেও পৰীক্ষাৰ

কাৰসাজিটো ৰাইজক দেখুৱায়।”
কাৰসাজিটো ৰাইজক দেখুৱায়। ”

{{gap}}আঘণী — “ভাল বাৰু আই! মই আপুনি কোৱা মতে কৰিম।।
{{gap}}আঘণী — “ভাল বাৰু আই! মই আপুনি কোৱা মতে কৰিম॥
মই ধনেশ্বৰৰ নিমিত্তে কৰিব নোৱাৰা কাম একোৱেই নাই।”
মই ধনেশ্বৰৰ নিমিত্তে কৰিব নোৱাৰা কাম একোৱেই নাই। ”

{{gap}}বৈষ্ণবী — “এৰা মইও সেইটো জানো। তোৰ যে ধনেশ্বৰলৈ

অকপট, পবিত্ৰ মৰম আছে সেইটোৱেই বিশেষ ফুলেশ্বৰী আইদেওৰ

কৃপাই তাক ৰক্ষা কৰিব পাৰে। কিন্তু সকলো সঙ্কটত ৰক্ষা কৰোঁতা

সেই মধুসুদন কৃষ্ণহে। তই সদায় মধুসুদনৰ নাম লই তেওঁক খাটিবি।

{{gap}}আঘণী — “আই কওকচোন প্ৰভু কৃষ্ণকনো কেনেকুৱা বচনেৰে

খাটিম?”
খাটিম?”

{{gap}}বৈষ্ণবী — “তেওঁৰ মধুসূদন নাম মনে মনে ১০ বাৰ জপ কৰিবি।

তাৰ পিছত গাবি :—
তাৰ পিছত গাবি :—