পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৫৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:


{{Block center|<poem>কেমন ভাগ্যৱতী{{gap}}ভয়োৰে সুপৰভাত
{{Block center|<poem>কেমন ভাগ্যৱতী{{gap}}ভয়োৰে সুপৰভাত
{{gap}}আজু ভেটব মুখ চান্দা
{{gap}}আজু ভেটব মুখ চান্দা।
উগত মুৰ{{gap}}{{gap}}দূৰ গয়ো গোবিন্দ
উগত মুৰ{{gap}}{{gap}}দূৰ গয়ো গোবিন্দ
{{gap}}ভয়ো গোপ গোপী আন্ধা ॥
{{gap}}ভয়ো গোপ গোপী আন্ধা ॥
আজু মথুৰাপুৰে{{gap}}মিলয় মহোৎসৱ
আজু মথুৰাপুৰে{{gap}}মিলয় মহোৎসৱ
{{gap}}মাধব সাধৱ মানা
{{gap}}মাধব সাধৱ মানা।
গোকুলক মঙ্গল{{gap}}দূৰ গয়ো নাহি
গোকুলক মঙ্গল{{gap}}দূৰ গয়ো নাহি
{{gap}}বাজত বেনু বিধানা ॥
{{gap}}বাজত বেনু বিধানা ॥
আজু যত নাগৰী{{gap}}কৰত নয়ন ভৰি
আজু যত নাগৰী{{gap}}কৰত নয়ন ভৰি
{{gap}}মুখ পঙ্কজ মধুপানা
{{gap}}মুখ পঙ্কজ মধুপানা।
হামাৰি বঙ্ক বিধি{{gap}}হাতে হল নিধি
হামাৰি বঙ্ক বিধি{{gap}}হাতে হল নিধি
{{gap}}কৃষ্ণ কিঙ্কৰ ৰস ভানা ॥</poem>}}
{{gap}}কৃষ্ণ কিঙ্কৰ ৰস ভানা ॥</poem>}}


{{gap}}এই গীত গাই উঠি বৈষ্ণবীয়ে গোঁহাইত বিদায় লই মন্দিৰলৈ
{{gap}}এই গীত গাই উঠি বৈষ্ণবীয়ে গোঁহাইত বিদায় লই মন্দিৰলৈ
উলটিল।
উলটিল।


{{center|২০}}
{{center|২০}}
২৬ নং শাৰী: ২৬ নং শাৰী:
ভিতৰত কিবা-কিবি বন-বাৰী কৰি আছিল, এনেতে বৈষ্ণবীৰ মাত
ভিতৰত কিবা-কিবি বন-বাৰী কৰি আছিল, এনেতে বৈষ্ণবীৰ মাত
শুনি ততালিকে ওলাই আহি বৈষ্ণবীক হাত যুৰি সেৱা জনাই পীৰা
শুনি ততালিকে ওলাই আহি বৈষ্ণবীক হাত যুৰি সেৱা জনাই পীৰা
এখান পাৰি দি কলে :— “আই বহক।” বৈষ্ণবী বহিল। তাইও
এখান পাৰি দি কলে :— “আই বহক। ” বৈষ্ণবী বহিল। তাইও
নিজে ঢাৰি এডোখৰত বহি কলে :— “আই মোৰ পৰম সৌভাগ্য
নিজে ঢাৰি এডোখৰত বহি কলে :— “আই মোৰ পৰম সৌভাগ্য
যে আজি আপুনি আকৌ মোৰ এই চোতালত ভৰিৰ ধুলা পেলালেহি।
যে আজি আপুনি আকৌ মোৰ এই চোতালত ভৰিৰ ধুলা পেলালেহি।
হতভাগিনীৰ প্ৰতি আদেশ বা কি হয়?”
হতভাগিনীৰ প্ৰতি আদেশ বা কি হয়?”