পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৫২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৩ নং শাৰী: ৩ নং শাৰী:

{{gap}}বৈষ্ণবী — “দেউতা! আমি স্ত্ৰীজাতি মানুহে যৎকিঞ্চিৎ কথাৰ

আও-ভাৱৰেপৰা বুজো পানীৰ সোঁত কোনপিনে বয়।”
আও-ভাৱৰেপৰা বুজো পানীৰ সোঁত কোনপিনে বয়। ”

{{gap}}কমলেশ্বৰ — “বাৰু জানিবা ভাল পাৱেঁই। পিছত কোৱা তোমাক

১০ নং শাৰী: ১০ নং শাৰী:
{{gap}}বৈষ্ণবী — “দেউতাই জানে যে দেউতাৰ এজন সেনাপতি ধনেশ্বৰ

চুতীয়াক সিহঁতে এই বেলি তামাৰ মাইৰ আগত বলি দিবলৈ ধৰি

নি বন্দী কৰি থৈছে।”
নি বন্দী কৰি থৈছে। ”

{{gap}}কমলেশ্বৰ — “জানো। সি উচিতমতে কৰা দেও পৰীক্ষাত যেতি-

য়াই পৰিছে তেতিয়াই তাক তো নি বলি দিবই।”
য়াই পৰিছে তেতিয়াই তাক তো নি বলি দিবই। ”

{{gap}}বৈষ্ণবী — “দেউতা ঈশ্বৰ! উচিতমতে পৰীক্ষাত পৰিছেনে, নে

২০ নং শাৰী: ২০ নং শাৰী:
এদিন কম। পিচত দেউতাই আমাৰ ফুলেশ্বৰী আইদেৱক খাটি

আইদেৱৰ হতুৱাই শঃ খোঃ গোঁহাই দেউতাক কোৱাই ধনেশ্বৰক

মুক্ত কৰি দিব লাগে এয়ে মোৰ গোহাৰি—ভিক্ষা।”
মুক্ত কৰি দিব লাগে এয়ে মোৰ গোহাৰি—ভিক্ষা। ”

{{gap}}কমলেশ্বৰ — “আও! তুমি এইটো বৰ অসম্ভৱ ৰকমৰ অৰ্থাৎ

২৬ নং শাৰী: ২৬ নং শাৰী:
শদিয়াখোৱা দেউতা ঈশ্বৰৰ তাক এৰি দিবলৈ প্ৰবল ইচ্ছা থাকিলেও

দেও পৰীক্ষাত যেতিয়াই সি পৰিছে তেতিয়াই তাক এৰি দিব

নোৱাৰে; আনকি স্বৰ্গদেৱ ঈশ্বৰেও নোৱাৰে।”
নোৱাৰে; আনকি স্বৰ্গদেৱ ঈশ্বৰেও নোৱাৰে। ”

{{gap}}বৈষ্ণবী — “দেউতা! সি হেনো দেউতা ঈশ্বৰৰ আগত মই

আজিৰ পৰা আহোম হলো এই বাক্য দিছিল। দেউতাসকলৰ পূৰ্ব্বাপৰ

নিয়ম অনুসৰি সি আহোম হৈছেই। আহোমকতো তামাৰ মাইৰ

আগত বলি দিব নোৱাৰে।”
আগত বলি দিব নোৱাৰে। ”

{{gap}}কমলেশ্বৰ — সেইটো অবশ্যে হয়; কিন্তু সি যেতিয়াই কোনো

খেল আহোমত উঠিবলৈ নো পাওঁতেই বলিত পৰিল, তেতিয়াতো

তাক এৰি দিব নোৱাৰে। এৰি দিলেও গোটেই প্ৰজা বিদ্ৰোহী হব।”
তাক এৰি দিব নোৱাৰে। এৰি দিলেও গোটেই প্ৰজা বিদ্ৰোহী হব। ”

{{gap}}বৈষ্ণবী — “বাৰু যদি মই কওঁ আৰু প্ৰমাণ কৰো যে দেও পৰীক্ষা-

টোত ঘোৰ কাৰসাজি আৰু চক্ৰান্ত হৈছিল তেনেহলেতো শঃ খোঃ

দেউতা ঈশ্বৰে তাক এৰি দিব পাৰিব।”
দেউতা ঈশ্বৰে তাক এৰি দিব পাৰিব। ”