পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
মোৰে ভাল-পোৱা-পুইটো অকল ইহজনমৰ নিমিত্তেই নহয়। ইপুৰি

সিপুৰি দুয়ো পুৰিৰ নিমিত্তে। সি যদি তামাৰ মাইৰ আগত কটা

যায় মই তাৰ ৰূপটো এই গোটেইটো জনমতে ধ্যান কৰিম।

সিপুৰিত তাৰ লগ লাগিমগৈ।”
সিপুৰিত তাৰ লগ লাগিমগৈ। ”

{{gap}}মনেশ্বৰ — “তেন্তে তই গোটেইটো জীৱন কুমাৰী হৈয়ে

থাকিবিনে?”
থাকিবিনে?”

{{gap}}আঘণী — “গোটেইটো জীৱন কুমাৰী হৈয়ে থাকিম।”
{{gap}}আঘণী — “গোটেইটো জীৱন কুমাৰী হৈয়ে থাকিম। ”

{{gap}}মনেশ্বৰ — “বাপেৰে যদি বল কৰি তোক মোত বিয়া দিয়ে

১৫ নং শাৰী: ১৫ নং শাৰী:
{{gap}}আঘণী — “বল কৰি বিয়া দিয়াৰ আগেয়ে এই ক্ষুৰেৰে (বুকুৰ

চোলাৰ জেপৰপৰা ক্ষুৰ এখন উলিয়াই দেখুৱাই) এই গলটো কাটি

মৰিম। ”
মৰিম।”

{{gap}}মনেশ্বৰ — “আও! তোৰ ইমান কখ্যানে? আঘণী! মই

২৫ নং শাৰী: ২৫ নং শাৰী:
বিয়া নোসোমাওঁ। মোৰ এই দেহটা তামাৰ মাইৰ আৰু পিতাদেৱৰ

সেৱা-পূজাত লগান। তই এজনী হয় দুজনী হয় তিৰুতা বিয়া

কৰাই সুখী হগৈ।” এই বুলি কই আঘণী ঘৰৰ ভিতৰলৈ সোমাই
কৰাই সুখী হগৈ। ” এই বুলি কই আঘণী ঘৰৰ ভিতৰলৈ সোমাই
গল। মনেশ্বৰ বেজাৰ মনেৰে নিজ ঘৰলৈ উলটিল।
গল। মনেশ্বৰ বেজাৰ মনেৰে নিজ ঘৰলৈ উলটিল।

{{center|১৯}}
{{center|১৯}}