পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১৬ নং শাৰী: ১৬ নং শাৰী:
দি কলে :— “দেউতা ঈশ্বৰ! মোৰ আৰু আগলৈ পাছলৈ ডাঙৰ লৰা

নাই। এবেলিৰ পৰীক্ষাতে শেষ সিদ্ধান্ত নকৰে যেন আৰু আন

ৰকমেও যেন দুই এটা পৰীক্ষা হয়।” হৰেশ্বৰৰ এই কথাত বামাচাৰী
ৰকমেও যেন দুই এটা পৰীক্ষা হয়। ” হৰেশ্বৰৰ এই কথাত বামাচাৰী
তান্ত্ৰিকে আৰু লাংফাই দেউৰীয়ে কলে :— “দেউতা ঈশ্বৰ! দুচটা

ডাঙৰ বাঁহৰ কামি আনিবলৈ দিয়ক আৰু ২টা ৯ বছৰীয়া লৰা দিয়ক।

গোঁহাইদেৱে আদেশ দিয়াত দুটা চাওডাঙে ২ চটা ৯ হাত দীঘল

বাঁহৰ কামি আনি দিলে, ৰাইজৰ মাজৰপৰা ২ দুটা ৯ বছৰীয়া লৰা