পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}যদিও লাংফাই দেউৰী এই মন্দিৰৰ প্ৰধান পূজক আৰু পুৰোহিত
{{gap}}যদিও লাংফাই দেউৰী এই মন্দিৰৰ প্ৰধান পূজক আৰু পুৰোহিত
আছিল তথাপি মন্দিৰৰ সেৱা-পূজা আৰু বলি বিধানৰ বিষয়ে লাংফায়ে
আছিল তথাপি মন্দিৰৰ সেৱা-পূজা আৰু বলি বিধানৰ বিষয়ে লাংফায়ে
প্ৰায় সততে এই বামাচাৰী তান্ত্ৰিকৰ দিহা-পৰামৰ্শ মতেহে চলিছিল।
প্ৰায় সততে এই বামাচাৰী তান্ত্ৰিকৰ দিহা-পৰামৰ্শ মতেহে চলিছিল।
লাংফায়ে এই বামাচাৰী তান্ত্ৰিকৰ ক্ৰিয়া আৰু ক্ষমতা দেখি তেওঁক
লাংফায়ে এই বামাচাৰী তান্ত্ৰিকৰ ক্ৰিয়া আৰু ক্ষমতা দেখি তেওঁক
ভয় কৰিছিল।
ভয় কৰিছিল।


{{gap}}ভাদ মাহৰ এক কি দুই তাৰিখে বামাচাৰী তান্ত্ৰিকে ভাটিবেলীয়া
{{gap}}ভাদ মাহৰ এক কি দুই তাৰিখে বামাচাৰী তান্ত্ৰিকে ভাটিবেলীয়া
১২ নং শাৰী: ১২ নং শাৰী:


{{gap}}লাংফাই — “এইবেলিও ৰজাঘৰীয়া দ্ৰোহী বা প্ৰাণদণ্ড পাব
{{gap}}লাংফাই — “এইবেলিও ৰজাঘৰীয়া দ্ৰোহী বা প্ৰাণদণ্ড পাব
লগীয়া মানুহ নাই।”
লগীয়া মানুহ নাই। ”


{{gap}}তান্ত্ৰিক — “তেন্তে ষাঁড়ৰ খেলৰপৰা যি এজন পোৱা যাব
{{gap}}তান্ত্ৰিক — “তেন্তে ষাঁড়ৰ খেলৰপৰা যি এজন পোৱা যাব
সেয়েহে হব হবলা।”
সেয়েহে হব হবলা। ”


{{gap}}লাংফাই — “এৰা অকল সেইটোৱেই হে হব। পিছত মোৰ
{{gap}}লাংফাই — “এৰা অকল সেইটোৱেই হে হব। পিছত মোৰ
এটা নিবেদন আছে।”
এটা নিবেদন আছে। ”


{{gap}}তান্ত্ৰিক — “কোৱা তোমাৰ নিবেদনটো।”
{{gap}}তান্ত্ৰিক — “কোৱা তোমাৰ নিবেদনটো। ”


{{gap}}লাংফাই — “বাবাজী! এইবেলি ষাড়ৰ খেলৰ ডেকা এটাই মোক
{{gap}}লাংফাই — “বাবাজী! এইবেলি ষাড়ৰ খেলৰ ডেকা এটাই মোক
৩০ নং শাৰী: ৩০ নং শাৰী:
এই ফেৰা ক্ষমতা আছে। ডেকাটোৰ নাম কি?”
এই ফেৰা ক্ষমতা আছে। ডেকাটোৰ নাম কি?”


{{gap}}লাংফাই — “তাৰ নাম ধনেশ্বৰ।”
{{gap}}লাংফাই — “তাৰ নাম ধনেশ্বৰ। ”


{{gap}}তান্ত্ৰিক — “বাৰু দেও পৰীক্ষাৰ দিনা মোক তোমাৰ লগত নিবা।”
{{gap}}তান্ত্ৰিক — “বাৰু দেও পৰীক্ষাৰ দিনা মোক তোমাৰ লগত নিবা। ”


{{gap}}লাংফাই — “ভাল নিম বাৰু।”
{{gap}}লাংফাই — “ভাল নিম বাৰু। ”


{{center|(১৭)}}
{{center|(১৭)}}