পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১৪ নং শাৰী: ১৪ নং শাৰী:
নিয়ম আছিল। শৌচ, পেচাব আদি লাগিলে লোৰ শিকলিত

তিনিটামান শকত দেউৰীয়ে ধৰি নি বাহিৰত শৌচাচাৰ আদি কৰাই

আনিছিল। ভোগ-ভাত ৰান্ধিবলৈ আন কাষে এটা খেৰি ঘৰ আছিল।

যাত্ৰী থাকিবলৈ এটা দীঘলীয়া খোটালি খোটালি খেৰি ঘৰ আছিল।

সেই ঘৰটোৰ ভিতৰত এজন বিদেশী বামাচাৰী তান্ত্ৰিক প্ৰায় চাৰি

বছৰ আগৰেপৰা আছিল। এই বামাচাৰী তান্ত্ৰিকজন আগৰ কৰ

মানুহ কেৱে নেজানিছিল; কিন্তু তেওঁৰ কেতখিনি আশ্চৰ্য্য ক্ষমতা

মানুহে দেখিছিল। তেওঁ মানুহক চকুৰে চায়ে সন্মোহিত কৰিব

পাৰিছিল; হাত অলপ বুলায়েই মানুহক তন্দ্ৰাত পেলাব পাৰিছিল।

সকলোকে বশো কৰিব পাৰিছিল। আধ্যাত্মিকতাৰ ফালে তেওঁ

কিমান উন্নত আছিল অৱশ্যে সেইটো কেৱে নেজানিছিল। কিন্তু

২৭ নং শাৰী: ২৭ নং শাৰী:
এক প্ৰকাৰ উন্মত্তও আছিল। আহাৰৰ বিষয়ত তেওঁ নিতৌ এটে-

কেলি দুটেকেলি মদ পিছিল, আৰু তাৰ লগে লগে ছাগলী,

পাৰ, হাঁহ ইত্যাদিৰ এফেৰা মঙ্গহ নহলে তেওঁ অন্নকে নুচুইছিল।

অৱশ্যে সেই কালত তামাৰ মাইৰ আগত ভোগ-ভাতৰ উপৰিও

নিতৌ এটা জন্তুৰ বলি হৈছিল, আৰু সেই জন্তুৰ মঙ্গহ সমানে