পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৪ নং শাৰী: ৪ নং শাৰী:
নকৰি অকপট চিত্তেৰে কবিনে?”
নকৰি অকপট চিত্তেৰে কবিনে?”


{{gap}}আঘণী — “আই সোধক। মই অকপট চিত্তেৰে কম।”
{{gap}}আঘণী — “আই সোধক। মই অকপট চিত্তেৰে কম। ”


{{gap}}বৈষ্ণবী — “তেনেহলে আই কচোন, মনেশ্বৰ আৰু ধনেশ্বৰৰ ভিতৰত
{{gap}}বৈষ্ণবী — “তেনেহলে আই কচোন, মনেশ্বৰ আৰু ধনেশ্বৰৰ ভিতৰত
১২ নং শাৰী: ১২ নং শাৰী:
ভিন জাতিৰ হলেও তাৰ চিত্ত সৰল, আৰু সি বীৰ। কিন্তু আই!
ভিন জাতিৰ হলেও তাৰ চিত্ত সৰল, আৰু সি বীৰ। কিন্তু আই!
তাৰে সৈতে মোৰ বিয়াতো হব নোৱাৰে; সেই দেখি তাক মই
তাৰে সৈতে মোৰ বিয়াতো হব নোৱাৰে; সেই দেখি তাক মই
ভাল পোৱা বা নোপোৱা সমান কথা।”
ভাল পোৱা বা নোপোৱা সমান কথা। ”


{{gap}}বৈষ্ণবী — “আই! সি তোক বিয়া কৰাব পৰা নপৰাটো পিছ
{{gap}}বৈষ্ণবী — “আই! সি তোক বিয়া কৰাব পৰা নপৰাটো পিছ
১৯ নং শাৰী: ১৯ নং শাৰী:


{{gap}}আঘণী — “আই! আপোনাক জনাওঁ মই নিজৰ জীউটো দিও
{{gap}}আঘণী — “আই! আপোনাক জনাওঁ মই নিজৰ জীউটো দিও
তাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিম।”
তাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। ”


{{gap}}বৈষ্ণবী — “তেনেহলে বাছা! তোক মই কথা এটা কৈ থওঁ।
{{gap}}বৈষ্ণবী — “তেনেহলে বাছা! তোক মই কথা এটা কৈ থওঁ।
এইবেলি দুৰ্গা পূজাৰ দুমাহমানৰ আগৰেপৰা ধনেশ্বৰৰ এটা বৰ
এইবেলি দুৰ্গা পূজাৰ দুমাহমানৰ আগৰেপৰা ধনেশ্বৰৰ এটা বৰ
ঘাতুক ৰিষ্ট আছে আনকি তাৰ প্ৰাণৰো সংশয় আছে। সেই সময়
ঘাতুক ৰিষ্ট আছে আনকি তাৰ প্ৰাণৰো সংশয় আছে। সেই সময়
আহিলে তই মোৰ বুদ্ধি লবি আৰু মোক সহায় কৰিবি দেই।”
আহিলে তই মোৰ বুদ্ধি লবি আৰু মোক সহায় কৰিবি দেই। ”


{{gap}}আঘণী — “আই! সেই সময়ত আপোনাক কত পাম।”
{{gap}}আঘণী — “আই! সেই সময়ত আপোনাক কত পাম। ”


{{gap}}বৈষ্ণবী — “আই! চিন্তা নকৰিবি। সময় উপস্থিত হলে মই
{{gap}}বৈষ্ণবী — “আই! চিন্তা নকৰিবি। সময় উপস্থিত হলে মই
নিজেই তোৰ ওচৰলৈ আহিম। বাছা! এতিয়া বিদায়হে হওঁ।”
নিজেই তোৰ ওচৰলৈ আহিম। বাছা! এতিয়া বিদায়হে হওঁ। ”


{{gap}}আঘণী — “ভাল আই। সেৱাহে জনালো।”
{{gap}}আঘণী — “ভাল আই। সেৱাহে জনালো। ”


{{gap}}বৈষ্ণবীয়ে তেতিয়া “বাছা সুখী হ” এই বুলি আশীৰ্ব্বাদ দি
{{gap}}বৈষ্ণবীয়ে তেতিয়া “বাছা সুখী হ” এই বুলি আশীৰ্ব্বাদ দি
মন্দিৰৰ ফাললৈ আহিল।
মন্দিৰৰ ফাললৈ আহিল।


{{center|১৬}}
{{center|১৬}}