পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/১৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>ধূলায়ে আন্ধাৰ ভৈলা গগণ মণ্ডল।
{{Block center|<poem>ধূলায়ে আন্ধাৰ ভৈলা গগণ মণ্ডল।
ভয় পাই অসুৰৰ তুটি গৈলা বল।।
ভয় পাই অসুৰৰ তুটি গৈলা বল॥
শঙ্খে বোলে বৃন্দা শান্তি নষ্ট গৈল তােৰ।
শঙ্খে বোলে বৃন্দা শান্তি নষ্ট গৈল তোৰ।
আজি দেখোঁ গাৱ বল তুটি গৈল মােৰ॥
আজি দেখোঁ গাৱ বল তুটি গৈল মোৰ॥
নাৰী অপযশেপুৰুষত হোৱে গত।
নাৰী অপযশেপুৰুষত হোৱে গত।
সি কাৰণে বিক্রম মােহােৰ ভৈল ভ্রষ্ট॥
সি কাৰণে বিক্ৰম মোহোৰ ভৈল ভ্ৰষ্ট॥
বৃন্দা বােলে নপাৰিলো মায়া বুজিবৰ।
বৃন্দা বোলে নপাৰিলো মায়া বুজিবৰ।
আজিসে শঙ্কট দেখো জীৱন তোমাৰ॥
আজিসে শঙ্কট দেখো জীৱন তোমাৰ॥
চাৰি বাহ চতুর্ভুজ গৰুড় আসনে।
চাৰি বাহ চতুৰ্ভুজ গৰুড় আসনে।
বিষ্ণু আসিছে তোমাক মাৰিবাক মনে॥
বিষ্ণু আসিছে তোমাক মাৰিবাক মনে॥
আমাৰ বচন তুমি নকৰিবা হেলা।
আমাৰ বচন তুমি নকৰিবা হেলা।
সাক্ষাত ঈশ্বৰ আদি উপগত ভৈলা॥
সাক্ষাত ঈশ্বৰ আদি উপগত ভৈলা॥
এতেক বুলিতে বিষ্ণু এড়ি চক্র খান।
এতেক বুলিতে বিষ্ণু এড়ি চক্ৰ খান।
শীঘ্ৰে কাটি পেলাইলন্ত বাহু দুই খান॥
শীঘ্ৰে কাটি পেলাইলন্ত বাহু দুই খান॥
বিপৰীত ৰাৱে কান্দে শঙ্খ মহাসুৰ।
বিপৰীত ৰাৱে কান্দে শঙ্খ মহাসুৰ।
হাত কটা গৈল তেতিক্ষণে ভৈল স্থিৰ॥
হাত কটা গৈল তেতিক্ষণে ভৈল স্থিৰ॥
দুই বাহু কটা গৈল আছে দুই পাৱে।
দুই বাহু কটা গৈল আছে দুই পাৱে।
প্ৰাণৰ কাতৰ হুই বোলে বহু ভাৱে॥
প্ৰাণৰ কাতৰ হুই বোলে বহু ভাৱে॥
কতোক্ষণে স্বন্থা পাই শঙ্খ মহাসুৰ।
কতোক্ষণে স্বন্থা পাই শঙ্খ মহাসুৰ।
বিষ্ণু পাৰে পৰি স্তুতি কৰয় বিস্তৰ॥</poem>}}
বিষ্ণু পাৰে পৰি স্তুতি কৰয় বিস্তৰ॥</poem>}}
<center>[২]</center>
<center>[২]</center>