পৃষ্ঠা:একুৰি এটা গল্প.pdf/১৩২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাৰকণ
No edit summary
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১৩ নং শাৰী: ১৩ নং শাৰী:
কেতিয়াবা কোনো হোটেলৰ টেবুল চাফা কৰি দিয়াৰ বাবদ এখন বা দুখন ৰুটি—

এয়ে আছিল মোৰ খাদ্য। হোটেলত নিগাজিকৈ থাকিবলৈ মোৰ চেহেৰাটো বোলে

‘হোটেল বয়'ৰ দৰে নহয়! মই ক'তো মোৰ চেহেৰা অথবা কথা-বতৰা পাৰ
‘হোটেল বয়’ৰ দৰে নহয়! মই ক’তো মোৰ চেহেৰা অথবা কথা-বতৰা পাৰ
ধৰণটোৰ বাবে নিম্নখাপৰ কাম নাপালো। উচ্চ পৰ্যায়ৰ কিবা কাম পাবলৈ মোৰ

কোনো চুপাৰিশৱালা নাই। মাজতে কেইদিনমান আগতে টিভিৰ দোকান এখনত

১৯ নং শাৰী: ১৯ নং শাৰী:
দলিওৱাৰ ঘটনাক তীব্ৰ ভাষাত গৰিহণা দিয়া আৰু আগলৈ এনে কাৰ্য কৰাজনক

কঠোৰ শাস্তি দিব বুলি ঘোষণা কৰা দেখিবলৈ পাইছিলো। তেতিয়াই মোৰ মূৰত

কথাটো খেলাই গ'ল। মই চুৰি, ডকাইতি, হত্যাকাণ্ড বা বিস্ফোৰণ ঘটাব নোৱাৰো।
কথাটো খেলাই গ’ল। মই চুৰি, ডকাইতি, হত্যাকাণ্ড বা বিস্ফোৰণ ঘটাব নোৱাৰো।
সেয়ে এই কাম কৰিলো। আপুনি মন কৰক হে মহামান্য আদালত, সেই জোতাপাট

মোৰ ভৰিৰ জোখৰ নহয় আৰু সেইপাট বৰ পুৰণিও নহয়। মা-দেউতা মৰা দিন।

২৭ নং শাৰী: ২৭ নং শাৰী:
পুনৰাই শৃংখলাবদ্ধ কৰিবলৈ পৰিকল্পনা কৰাৰ বাবে এক নিৰ্জন পৰিৱেশৰ। মই

ধ্বংস হৈ যাব নোখোজো। নিজকে পুনৰাই পৃথিৱীত যোগ্যৰূপত গঢ়ি তুলিব

খোজো। আশাকৰো, দয়ালু মহাশয়ে মোক এইখিনি কৃপা কৰিব!<br/>
খোজো। আশাকৰো, দয়ালু মহাশয়ে মোক এইখিনি কৃপা কৰিব!

{{gap}}অভিযুক্তৰ বক্তব্য শেষ হোৱাৰ পাছত বিচাৰকক্ষত দখল কৰা নীৰৱতা

ভাঙিবলৈ উপস্থিত কোনেও সাহ কৰা নাছিল।
ভাঙিবলৈ উপস্থিত কোনেও সাহ কৰা নাছিল।{{larger|⮰}}