পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১২০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
No edit summary
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

প্ৰতিভাৰ বলত নিজে নিজেই সেই শাস্ত্ৰত অগাধ পাণ্ডিত্য লাভ
প্ৰতিভাৰ বলত নিজে নিজেই সেই শাস্ত্ৰত অগাধ পাণ্ডিত্য লাভ
কৰিছিল আৰু নবদ্বীপ, কলিকতা, কাশী, হৰিদ্বাৰ প্ৰভৃতি পণ্ডিত-
কৰিছিল আৰু নবদ্বীপ, কলিকতা, কাশী, হৰিদ্বাৰ প্ৰভৃতি পণ্ডিতপূৰ্ণ
পূৰ্ণ স্থানবিলাকত নিজৰ কবিত্ব, আৰু পাণ্ডিত্য দেখুৱাই
স্থানবিলাকত নিজৰ কবিত্ব, আৰু পাণ্ডিত্য দেখুৱাই
সকলোকে মোহিত কৰিছিল। তেখেতৰ পাণ্ডিত্য আৰু কবিতা
সকলোকে মোহিত কৰিছিল। তেখেতৰ পাণ্ডিত্য আৰু কবিতা
দেখি নবদ্বীপৰ পণ্ডিতসকলে “দ্বিতীয় কালিদাস” উপাধি দিবলৈ
দেখি নবদ্বীপৰ পণ্ডিতসকলে “দ্বিতীয় কালিদাস” উপাধি দিবলৈ
প্ৰস্তাব কৰিছিল; কিন্তু তেখেতে মই সেই উপাধিৰ যোগ্য নহওঁ
প্ৰস্তাব কৰিছিল; কিন্তু তেখেতে ‘মই সেই উপাধিৰ যোগ্য নহওঁ
“বুলি কৈ তেওঁলোকৰ ওচৰত নিজৰ মহত্বৰ পৰিচয় দিছিল।
“বুলি কৈ তেওঁলোকৰ ওচৰত নিজৰ মহত্বৰ পৰিচয় দিছিল।
যি দিনত উপেক্ষা কৰা দূৰৈৰ কথা, বন্ধু-বান্ধৱত খাতি মিলিও
যি দিনত উপেক্ষা কৰা দূৰৈৰ কথা, বন্ধু-বান্ধৱত খাতি মিলিও
মানুহে আন উপাধিৰ কথাই নকওঁ ব্ৰহ্মষি, মহৰ্ষি, আদি উপাধিৰ
মানুহে আন উপাধিৰ কথাই নকওঁ ব্ৰহ্মৰ্ষি, মহৰ্ষি, আদি উপাধিৰ
দ্বাৰাও নিজক অলঙ্কৃত কৰি আনন্দ উপভোগ কৰে, সেই দিনত
দ্বাৰাও নিজক অলঙ্কৃত কৰি আনন্দ উপভোগ কৰে, সেই দিনত
নবদ্বীপৰ নিচিনা ঠাইৰপৰা ধীৰেশ্বৰৰ “দ্বিতীয় কালিদাস” উপাধিদান
নবদ্বীপৰ নিচিনা ঠাইৰপৰা ধীৰেশ্বৰৰ “দ্বিতীয় কালিদাস” উপাধিদান
১৮ নং শাৰী: ১৭ নং শাৰী:
{{gap}}নানা দেশীয় পণ্ডিত মণ্ডলীৰপৰা ধীৰেশ্বৰৰ ক্ৰমে সুখ্যাতি
{{gap}}নানা দেশীয় পণ্ডিত মণ্ডলীৰপৰা ধীৰেশ্বৰৰ ক্ৰমে সুখ্যাতি
শুনি আমাৰ সদাশয় গবৰ্ণমেণ্টে তেখেতক “মহামহোপাধ্যায়”
শুনি আমাৰ সদাশয় গবৰ্ণমেণ্টে তেখেতক “মহামহোপাধ্যায়”
উপাধিদ্বাৰা বিভূষিত কৰিছিল। বিজনী ৰাজধানীৰ স্বৰ্গীয় দেৱান
উপাধিৰদ্বাৰা বিভূষিত কৰিছিল। বিজনী ৰাজধানীৰ স্বৰ্গীয় দেৱান
বৰদাকান্ত হাৱলদাৰ মহাশয়ৰ লগত ধীৰেশ্বৰৰ দেখা হোৱাত,
বৰদাকান্ত হাৱলদাৰ মহাশয়ৰ লগত ধীৰেশ্বৰৰ দেখা হোৱাত,
তেখেতে তেওঁৰ গুণ বুজি পাই ৰাজধানীৰপৰা বছৰি ১০০্‌ টকা
তেখেতে তেওঁৰ গুণ বুজি পাই ৰাজধানীৰপৰা বছৰি ১০০৲‌ টকা
বৃত্তিদানৰ বন্দোৱস্ত কৰিছিল। বঙ্গদেশত ভূদেৱবৃত্তি নামে বছৰি
বৃত্তিদানৰ বন্দোৱস্ত কৰিছিল। বঙ্গদেশত ভূদেৱবৃত্তি নামে বছৰি
৫০্‌ টকা কৈ ভাৰতীয় বিখ্যাত পণ্ডিত মণ্ডলীৰ নিমিত্তে যি
৫০৲ টকা কৈ ভাৰতীয় বিখ্যাত পণ্ডিত মণ্ডলীৰ নিমিত্তে যি