পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১৩০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
[বট সম্পাদনা] নিকাকৰণ
 
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|১৩০|কিষ্কিন্ধ্যা কাণ্ড।|}}
{{rh|১৩০|কিষ্কিন্ধ্যা কাণ্ড। |}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>তোহোৰ যতেক, {{gap|3em}} আছিলেক পখা,
{{Block center|<poem>তোহোৰ যতেক, {{gap|3em}} আছিলেক পখা,
{{gap|3em}} গজিয়া হৈব সম্পূৰ্ণ।
{{gap|3em}} গজিয়া হৈব সম্পূৰ্ণ।
এহি বুলি মোক, {{gap|3em}} মহা ঋষি পাছে,
এহি বুলি মোক, {{gap|3em}} মহা ঋষি পাছে,
{{gap|3em}} গৈলা চলি তপোবন॥
{{gap|3em}} গৈলা চলি তপোবন॥
ঋষিৰ বচনে, {{gap|3em}} জানিলো নিশ্চয়,
ঋষিৰ বচনে, {{gap|3em}} জানিলো নিশ্চয়,
{{gap|3em}} মোহোৰ মৰণ নাই।
{{gap|3em}} মোহোৰ মৰণ নাই।
কিন্তু বৰ দুখ, {{gap|3em}} হৈলে তবে মোৰ,
কিন্তু বৰ দুখ, {{gap|3em}} হৈলে তবে মোৰ,
{{gap|3em}} আহাৰ পানী নপাই॥
{{gap|3em}} আহাৰ পানী নপাই॥
{{SIC|ভাযো এৰিমোক|ভাৰ্যো এৰি মোক}}, {{gap|3em}} কোথা বা গৈলেক,
{{SIC|ভাযো এৰিমোক|ভাৰ্যো এৰি মোক}}, {{gap|3em}} কোথা বা গৈলেক,
{{gap|3em}} পুত্ৰ মোৰ নজানয়।
{{gap|3em}} পুত্ৰ মোৰ নজানয়।
অনন্তৰে মুণ্ড, {{gap|3em}} তুলিয়া দেখিলো,
অনন্তৰে মুণ্ড, {{gap|3em}} তুলিয়া দেখিলো,
{{gap|3em}} আসিল মোৰ তনয়॥
{{gap|3em}} আসিল মোৰ তনয়॥
{{SIC|মোহৰ|মোহোৰ}} অৱস্থা, {{gap|3em}} দেখি পুত্ৰে পাছে,
{{SIC|মোহৰ|মোহোৰ}} অৱস্থা, {{gap|3em}} দেখি পুত্ৰে পাছে,
{{gap|3em}} কৰিলা বৰ বিলাপ।
{{gap|3em}} কৰিলা বৰ বিলাপ।
সুস্থ {{SIC|হুযা|হুয়া}} বলে, {{gap|3em}} আহাৰক লাগি,
সুস্থ {{SIC|হুযা|হুয়া}} বলে, {{gap|3em}} আহাৰক লাগি,
{{gap|3em}} চিন্তা নকৰিবা বাপ॥
{{gap|3em}} চিন্তা নকৰিবা বাপ॥
তোমাৰ আগত, {{gap|3em}} {{SIC|স্ব{{বঙালী ৰূ}}প|স্বৰূপ}} বচন,
তোমাৰ আগত, {{gap|3em}} {{SIC|স্ব{{বঙালী ৰূ}}প|স্বৰূপ}} বচন,
{{gap|3em}} বোলো কৰি অঙ্গিকাৰ।
{{gap|3em}} বোলো কৰি অঙ্গিকাৰ।
নিতে সাত ঘটি, {{gap|3em}} বেলা ভৈলে নিত্য,
নিতে সাত ঘটি, {{gap|3em}} বেলা ভৈলে নিত্য,
{{gap|3em}} যোগাইবোঁ আমি আহাৰ॥
{{gap|3em}} যোগাইবোঁ আমি আহাৰ॥