২,৯৬৮
টা সম্পাদনা
([বট সম্পাদনা] নিকাৰকণ) |
|||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
৫ নং শাৰী: | ৫ নং শাৰী: | ||
thing over and over again. |
thing over and over again. |
||
− | '''মাউখে উটিলে গুৰি- |
+ | '''মাউখে উটিলে গুৰি-পৰুৱাৰো মৰণ নোহোৱা'''—ক্ৰি, (মাউখে = এমখা লগ হৈ। ) |
অনেক গুৰি-পৰুৱা লগ হৈ চাঙ্গি পাতি পানীৰ সোঁতত বুৰি |
অনেক গুৰি-পৰুৱা লগ হৈ চাঙ্গি পাতি পানীৰ সোঁতত বুৰি |
||
− | + | নোযোৱাকৈ উটি যাব পাৰে। এটা-এটাকৈ গলে আটাইবিলাক মৰি |
|
যায়, কিন্তু লগেৰে যোৱাত পৰস্পৰৰ সাহায্যত আটাইবিলাকে |
যায়, কিন্তু লগেৰে যোৱাত পৰস্পৰৰ সাহায্যত আটাইবিলাকে |
||
নমৰাকৈ থাকিব পাৰে। আন নালাগে, গুৰি-প{{বঙালী ৰ}}ুৱাৰ নিচিনা সৰু |
নমৰাকৈ থাকিব পাৰে। আন নালাগে, গুৰি-প{{বঙালী ৰ}}ুৱাৰ নিচিনা সৰু |
||
− | সৰু নিঃসহায় |
+ | সৰু নিঃসহায় প্ৰাণীও একতাৰ গুণত কাৰ্য্য সিদ্ধি কৰিব পাৰে, এই |
− | ভাব বুজাইছে। এতেকে,—একতাৰ গুণত |
+ | ভাব বুজাইছে। এতেকে,—একতাৰ গুণত দুৰ্ব্বল মানুহে ক্ষমতাশালী |
হব পৰা, to become powerful when united but weak |
হব পৰা, to become powerful when united but weak |
||
when divided. |
when divided. |
||
'''মাছৰ তেলেৰে মাছ ভজা'''--ক্ৰি, সৰিয়হৰ তেলত মাছ ভজা হয়। এই স্থলত |
'''মাছৰ তেলেৰে মাছ ভজা'''--ক্ৰি, সৰিয়হৰ তেলত মাছ ভজা হয়। এই স্থলত |
||
− | কোৱা হৈছে, যে সৰিয়হৰ তেল খৰচ নকৰি মাছৰ তেলতে |
+ | কোৱা হৈছে, যে সৰিয়হৰ তেল খৰচ নকৰি মাছৰ তেলতে অৰ্থাৎ |
− | মাছৰ গাৰপৰা |
+ | মাছৰ গাৰপৰা ওলোৱ চৰ্ব্বিতে মাছ ভাজে। এতেকে,—মুল ধনত |
− | হাত নিদিয়াকৈ লাভৰ ওপৰতে |
+ | হাত নিদিয়াকৈ লাভৰ ওপৰতে কোনো কাৰ্য কৰা, to launch a |
business with the extra-money which accrues as profit |
business with the extra-money which accrues as profit |
||
without spending anything out of the principal. |
without spending anything out of the principal. |
||
− | '''মাজ-তালুত সাপে খুঁটিলে ধৰণি ধৰিবলৈ ঠাই |
+ | '''মাজ-তালুত সাপে খুঁটিলে ধৰণি ধৰিবলৈ ঠাই নোহাৱা'''—ক্ৰি, সাপে খুঁটিলে |
ধৰণি ধৰি বিষ নমাই ৰখা হয়। কিন্তু যদি মাজ-তালুত খোঁটে |
ধৰণি ধৰি বিষ নমাই ৰখা হয়। কিন্তু যদি মাজ-তালুত খোঁটে |
||
− | তেনেহলে ধৰণি ধৰিবলৈ ঠাই |
+ | তেনেহলে ধৰণি ধৰিবলৈ ঠাই নোহোৱাত পৰে। এতেকে,—মহা- |
− | বিপদত ৰক্ষাৰ উপায় ৰহিত |
+ | বিপদত ৰক্ষাৰ উপায় ৰহিত হোৱা, to have absolutely no |
means of escaping from a momentous calamity. |
means of escaping from a momentous calamity. |
||
− | '''মাটি হোৱা'''—ক্ৰি, |
+ | '''মাটি হোৱা'''—ক্ৰি, মাটি সোপাৰ নিচিনা লেউসেউ হোৱা, শক্তিৰহিত হোৱা |
জাৰমাৰ হোৱা, to be reduced to nothing to be |
জাৰমাৰ হোৱা, to be reduced to nothing to be |
||
vanquished, to be utterly helpless. |
vanquished, to be utterly helpless. |
||
− | '''মাটিয়ে ভেঁটিয়ে খনা''' |
+ | '''মাটিয়ে ভেঁটিয়ে খনা'''—ক্ৰি, ( মাটি=বাৰী। ভেঁটি=ঘৰ ) বাৰী আৰু ঘৰ |
− | সমূলি নষ্ট কৰা |
+ | সমূলি নষ্ট কৰা অৰ্থাৎ সৰ্ব্বস্বান্ত কৰি দেশান্তৰ কৰা , to ruin com- |
pletely. |
pletely. |
টা সম্পাদনা