পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাৰকণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:


'''বেটীৰ খং বাঢ়নীত সৰা''' —গিৰিহঁতৰ খং হলে বেটকী কীলায়। বেটীৰ খং হলে
'''বেটীৰ খং বাঢ়নীত সৰা''' —গিৰিহঁতৰ খং হলে বেটকী কীলায়। বেটীৰ খং হলে
তাই গিৰিহঁতক কীলাব নােৱাৰে বাবে বাঢ়নী তাঁৰৰ দোষ ধৰি তাকে
তাই গিৰিহঁতক কীলাব নোৱাৰে বাবে বাঢ়নী তাঁৰৰ দোষ ধৰি তাকে
ঠেকেচ্-নেকেচ, কৰে। গিৰিহঁতলৈ যি খং হয়, সেই খং গিৰিহঁতত
ঠেকেচ্-নেকেচ, কৰে। গিৰিহঁতলৈ যি খং হয়, সেই খং গিৰিহঁতত
সাৰিব নােৱাৰি বাঢ়নীত সাৰে। এতেকে,—পৰাক্ৰমী মানুহৰ প্ৰতি
সাৰিব নোৱাৰি বাঢ়নীত সাৰে। এতেকে,—পৰাক্ৰমী মানুহৰ প্ৰতি
ওপজা খং বল-শক্তিহীন মানুহৰ ওপৰত সৰা, to take revenge
ওপজা খং বল-শক্তিহীন মানুহৰ ওপৰত সৰা, to take revenge
on a weak innocent person for an offence done by a
on a weak innocent person for an offence done by a
person who is too powerful.
person who is too powerful.


'''বেটীৰ গােন্ধ-তেল'''—বিং, তিৰােতাৰ গোন্ধ-তেল পুরুষৰ মনোৰঞ্জনৰ নিমিত্তে।
'''বেটীৰ গোন্ধ-তেল'''—বিং, তিৰোতাৰ গোন্ধ-তেল পুৰুষৰ মনোৰঞ্জনৰ নিমিত্তে।
কিন্তু বেটীৰ গোন্ধ-তেলৰ আৱশ্যকতা নাই, কিয়নো বেটী অস্পৃশ্য
কিন্তু বেটীৰ গোন্ধ-তেলৰ আৱশ্যকতা নাই, কিয়নো বেটী অস্পৃশ্য
ঘৃণীত মানুহৰ শ্রেণীভুক্ত। এতেকে,—ঘৃণীত মানুহৰ লাহ-
ঘৃণীত মানুহৰ শ্ৰেণীভুক্ত। এতেকে,—ঘৃণীত মানুহৰ লাহ-
বিলাহ, coquetry of a hateful girl.
বিলাহ, coquetry of a hateful girl.


'''বেটীয়ে গােন্ধ-তেল পােৱা''' —ক্রি, বেটী ঘৃণীত শ্ৰেণীৰ মানুহ। তাই গােন্ধ-
'''বেটীয়ে গোন্ধ-তেল পোৱা''' —ক্ৰি, বেটী ঘৃণীত শ্ৰেণীৰ মানুহ। তাই গোন্ধ-
তেল ঘঁহিলে সাধাৰণৰ দৃষ্টি আকর্ষণ কৰিব নােৱাৰে। এতেকে,—
তেল ঘঁহিলে সাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰে। এতেকে,—
স্বভাৱতে যি মানুহ ঘৃণীত সেই মানুহে কৃত্রিম উপায়েৰে সুৰ চাবলৈ
স্বভাৱতে যি মানুহ ঘৃণীত সেই মানুহে কৃত্ৰিম উপায়েৰে সুৰ চাবলৈ
যত্ন কৰা, to attempt to beautify a person which is
যত্ন কৰা, to attempt to beautify a person which is
naturally ugly.
naturally ugly.


'''বেতনীত ঔ পৰিলে বাসুদেবায় নমঃ বােলা'''—ক্রি, ঔ-টেঙ্গা সৰুৱাই দিলে যদি
'''বেতনীত ঔ পৰিলে বাসুদেবায় নমঃ বোলা'''—ক্ৰি, ঔ-টেঙ্গা সৰুৱাই দিলে যদি
বেতনীত পৰে, তেনেহলে কি আনিব পৰা নাযায়। তেতিয়া সেই
বেতনীত পৰে, তেনেহলে কি আনিব পৰা নাযায়। তেতিয়া সেই
টেঙ্গা “বাসুদেবায় নমঃ” বুলি ঈশ্বৰৰ চৰণত অৰ্পণ কৰা হয়
টেঙ্গা “বাসুদেবায় নমঃ” বুলি ঈশ্বৰৰ চৰণত অৰ্পণ কৰা হয়।
এতেকে,—কোনাে কাৰ্য্য কৰিব নােৱাৰিলে ইচ্ছাপূৰ্ব্বক মহৎ উদ্দে-
এতেকে,—কোনো কাৰ্য্য কৰিব নোৱাৰিলে ইচ্ছাপূৰ্ব্বক মহৎ উদ্দে-
শ্যেৰে সেই কাৰ্য্য কৰিবলৈ এৰি দিয়া বােলা, to fail to do a
শ্যেৰে সেই কাৰ্য্য কৰিবলৈ এৰি দিয়া বোলা, to fail to do a
thing and then attribute the failure not to incapacity
thing and then attribute the failure not to incapacity
but to concession inspired by the noblest motive.
but to concession inspired by the noblest motive.


'''বেদৰ বাণী'''—বিং হিন্দুমতে বেদ অভ্রান্ত। এতেকে,—অভ্ৰান্তসত্য, Gospel
'''বেদৰ বাণী'''—বিং হিন্দুমতে বেদ অভ্ৰান্ত। এতেকে,—অভ্ৰান্তসত্য, Gospel
truth.
truth.


৩৩ নং শাৰী: ৩৩ নং শাৰী:
work in servile occupation, ignoble toil.
work in servile occupation, ignoble toil.


'''বেল পৰিমানে'''—ক্রি-বিণ, বেল ডাঙ্গৰ ফল। এতেকে,—ডাঙ্গৰ পৰিমাণে,
'''বেল পৰিমানে'''—ক্ৰি-বিণ, বেল ডাঙ্গৰ ফল। এতেকে,—ডাঙ্গৰ পৰিমাণে,
অধিককৈ, in large measure, greatly.
অধিককৈ, in large measure, greatly.


'''বেলাৰ বেলি'''— বিং( বেলা=পুৱা, দুপৰীয়া আদি। বেলি=সময়। ) যথােপ-
'''বেলাৰ বেলি'''— বিং( বেলা=পুৱা, দুপৰীয়া আদি। বেলি=সময়। ) যথোপ-