পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাৰকণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৫ নং শাৰী: ৫ নং শাৰী:
ধৰা টান। বহু মানুহে চাৰিও ফালে আগ ভেটি থাকে। আৰু

তেতিয়া কুকুৰ লগাই দিয়া হয়। পহুৱে যেনি যাব খোজে, তেনিয়ে

বাধা পায়। এইৰূপে লৰা-ধপৰা কৰি শেষত সি ভাগৰি পৰে।

তেতিয়া মানুহে ওচৰ চাপি তাক সহজে ধৰিব পৰে। এতেকে,—

কোনো নিৰ্দ্দিষ্ট সীমাৰ ভিতৰত খেদাখেদি কৰি ভাগৰুৱাই ধৰা

পেলোৱা, to compel an enemy to submit from sheer

exhaustion by being chased within a circumscribed

২৫ নং শাৰী: ২৫ নং শাৰী:
perfect control.
perfect control.

'''পাখি-ভগা শগুণ'''—বিং, (পাখি= ডেউকা।) শগুণবিলাক দেখিবলৈ জধলা৷
'''পাখি-ভগা শগুণ'''—বিং, (পাখি= ডেউকা। ) শগুণবিলাক দেখিবলৈ জধলা।
যেতিয়া কোনো শগুনৰ ডেউকা ভাগে, তেতিয়া সি আৰু জধলা হয়।

এতেকে,--অতিপাত জধলা মানুহ, very dirty person.

৩৩ নং শাৰী: ৩৩ নং শাৰী:
live under the fostering care.
live under the fostering care.
'''পাগৰ বাহিৰ হোৱা'''—ক্ৰি, [পাকৰ বাহিৰ হোৱা ] তিৰোতা মানুহে ভাত ৰান্ধে,

কিন্তু যেতিয়া ঋতু হয়, তেতিয়া ভাত ৰান্ধিব নোৱাৰে৷ এতেকে,—
কিন্তু যেতিয়া ঋতু হয়, তেতিয়া ভাত ৰান্ধিব নোৱাৰে। এতেকে,—
ঋতুমতী হোৱা, to be affected with menstruation.