পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাৰকণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২৮ নং শাৰী: ২৮ নং শাৰী:
দৰে আচৰণ কৰা, to act in mud excitement.
দৰে আচৰণ কৰা, to act in mud excitement.


'''দেখা কথা'''—বিং, যি কথা সকলোৱে দেখিবলৈ পায় অৰ্থাৎ জনাজাত তেনে কথা৷
'''দেখা কথা'''—বিং, যি কথা সকলোৱে দেখিবলৈ পায় অৰ্থাৎ জনাজাত তেনে কথা।
তাৰপৰা,--উচিত কথা, হক কথা, an apparent thing
তাৰপৰা,--উচিত কথা, হক কথা, an apparent thing
hence, a proper thing, a right thing
hence, a proper thing, a right thing
৩৪ নং শাৰী: ৩৪ নং শাৰী:
'''দেখা কথাত পাট-মঙ্গল চোৱা'''—ক্ৰি, ভবিষ্যৎ কথা জানিবৰ নিমিত্তে মানুহে পাট-
'''দেখা কথাত পাট-মঙ্গল চোৱা'''—ক্ৰি, ভবিষ্যৎ কথা জানিবৰ নিমিত্তে মানুহে পাট-
মঙ্গল চায়, কিন্তু যিটো দেখা কথা অৰ্থাৎ যি কথা চকুৰ আগতে ওলাই
মঙ্গল চায়, কিন্তু যিটো দেখা কথা অৰ্থাৎ যি কথা চকুৰ আগতে ওলাই
থাকে, তাক জানিবৰ নিমিত্তে পাট-মঙ্গল চাবৰ আৱশ্যকতা নাই৷
থাকে, তাক জানিবৰ নিমিত্তে পাট-মঙ্গল চাবৰ আৱশ্যকতা নাই।
এতেকে,—স্বতঃসিদ্ধ কথা জানিবলৈ ক্লেশ-সাধ্য উপায় অৱলম্বন কৰা,
এতেকে,—স্বতঃসিদ্ধ কথা জানিবলৈ ক্লেশ-সাধ্য উপায় অৱলম্বন কৰা,
to make a laborious attempt to find out what is but-
to make a laborious attempt to find out what is but-