পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাৰকণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৩ নং শাৰী: ৩ নং শাৰী:
খোজা, to be inclined to sleep, to the heavy with sleepigness.

'''টোপা-কাঁড়টো যোৱা'''—ক্ৰি, টোপ কাঁড় অতি বেগেৰে যায়।

এতেকে,—অতি বেগেৰে যোৱা, to travel with almost

celemty.
celemty.

'''টোপা খহু'''—বিং, টোপা খহু দেখিলে ঘিণ লাগে। এতেকে,—ঘৃণনীয় মানুহ,

a disgusting person.
a disgusting person.

{{center|⸺⸺}}
{{center|⸺⸺}}

{{center|{{X-larger|ঠ৷}}}}
{{center|{{X-larger|ঠ। }}}}

১৮ নং শাৰী: ১৮ নং শাৰী:
ঠোঁটৰ আগটো যদি কাটি দিয়া যায়, তেনেহলে সি অতিৰিক্তভাৱে

ঠোঁট এছাৰি ৰমলিয়াবলৈ ধৰে। অতিৰিক্তভাৱে যিহকে তিহকে

কথা কৈ ফুৰা মানুহক এনেকুৱা কাউৰীৰে সৈতে তুলনা কৰা হৈছে।

এতেকে,-- অনৰ্থক বলকি ফুৰা নিলাজ মানুহ, a shameless

person with an unrestrained tongue.
person with an unrestrained tongue.