পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৭৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাৰকণ
 
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|১৬৪|প্ৰাকৃত-ভুগোল।|}}
{{rh|১৬৪|প্ৰাকৃত-ভুগোল। |}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
কৰি ভাগ কৰিব পাৰি:—ভাৰতবৰ্ষ, আফ্ৰিকাৰ মধ্যদেশ, দক্ষিণ

আমেৰিকাৰ উত্তৰ ভাগ, মধ্য আমেৰিকা আ{{বঙালী ৰু}} ভাৰতীয় দ্বীপপুঞ্জ।

প্ৰতি প্ৰদেশে এক এক জাতি সুকীয়া জন্তু আছে, যাক আন ঠাইত

দেখিবলৈ নাই যেনে ভাৰতবৰ্ষৰ ঢেকিয়া পতীয়া বাঘ, নিল্‌গা বা

৬ নং শাৰী: ৬ নং শাৰী:
বন মানুহ, আৰু দক্ষিণ আমেৰিকাৰ প{{বঙালী ৰু}}ৱা-খোৱা বা ভেম পায়াৰ

বা তেজপীয়া বাদুলী আৰু আৰ্মোডিলো। এই বিলাক প্ৰদেশত

একে বিধৰ জন্তু পালেও সিহতৰ অলপ নহয় অলপ লৰ আছে।

আফ্ৰিকাৰ হাতীৰ কান দুখান ভাৰতবৰ্ষৰ বিলাকৰ কানতকৈ

দুগুন মান ডাঙ্গৰ। আফিকাৰ চিম্পাঞ্জি ও বন মানুহ যিমান

মানুহৰ সদৃশলৈ ওচৰ চাপে ভাৰতীয় দ্বীপ-পুঞ্জত থকা বিলাক তিমান

নহয়। মাডাগাস্কাৰ দ্বীপত লিমৰ নামে এবিধ বান্দৰ আছে।

{{gap}}প্ৰথমে একে ঠাইতে একেবিধ প্ৰাণী স্ৰজন হৈ পাছে নানা