পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] নিকাৰকণ
 
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৮৮|প্ৰাকৃত-ভূগোল।|}}
{{rh|৮৮|প্ৰাকৃত-ভূগোল। |}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
পানীৰ দেওৱাল স্বৰূপে এই মহা বান আহি সকলোকে গ্ৰাস কৰিলে।

কোনোএ ৰক্ষা পাওঁ বুলি পাৰৰ গছত উঠিছিল; কিন্তু পানীৰ

বেগত গছ উভলি মানুহ মৰিল, কোনো ওখ শিলৰ ওপৰত উঠি

সাৰিব খুজিছিল, কিন্তু সি তৎক্ষণাৎ তল গৈ মানুহ উটি গল, যি লৰ

মাৰি ওচৰৰ ওখ পৰ্ব্বতত উঠিবলৈ সময় পালে সি মাত্ৰ সাৰিল।

{{gap}}বান পানী আৰু ঢলৰ ভিন্ন আছে; খৰালি কালিতকৈ পানী

২৭ নং শাৰী: ২৭ নং শাৰী:
বুড়ায়, ৰাইতৰ প্ৰায় বৰ পইমাল কৰে। চকুৰ আগতে, এক নিমিষতে

আগ-ইতীয়া হৈ যাকে যত পায় উটায় নি কৰবাত পেলায় দিএ

গৈ। ইয়াৰ বেগ বৰ প্ৰকোপান্নিত।
গৈ। ইয়াৰ বেগ বৰ প্ৰকোপান্নিত।
{{nop}}
{{nop}}