পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
[বট সম্পাদনা] নিকাৰকণ
 
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ।|৭৩}}
{{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ। |৭৩}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
হলে তুষাৰ হয়। দ্বিতীয় অধ্যায়ৰ বৰফৰ পৰীক্ষা পাত্ৰৰ ওপৰত যি

কঠিন পদাৰ্থ এবিধে কঁড়াল মৰাৰ কথা কোৱা হৈছে, সেইয়ে তুষাৰ।

তুষাৰ যদিও তুলাৰ নিচিনা সপ-সপীয়া তথাপি অনুবীক্ষণেৰে চালে

লোনৰ নিচিনা দানা থকা যেন দেখি। প্ৰত্যেক দানাত ছটি, ছটি

৮ নং শাৰী: ৮ নং শাৰী:
তুষাৰ দানা হাজাৰতকৈ সৰহ নক্সাৰ দেখা গৈছে। তুষাৰৰ

সৰু সৰু সুপি বিলাক নানা আকাৰৰ হৈ পৰে; কিন্তু এক ইঞ্চিতকৈ

দীঘল পোৱা নাই। যদিও তুষাৰৰ বৰণ বগলি পাখিৰ নিচিনা।

শুক্‌লা তথাপি হিম মণ্ডলত কৰবাত কেতিয়াবা ৰঙচুৱা আ{{বঙালী ৰু}} ঈষৎ

সৌজীয়া বৰণৰ তুষাৰ দেখি। এনে ৰঙৰ এবিধ অতি ক্ষুদ্ৰ বন তাত

মিহলি হৈ থকাৰ কাৰণেই তেনে কুৱা দেখি। এই বন তুষাৰৰ

ওপৰত গজে।
ওপৰত গজে।

{{gap}} মে{{বঙালী ৰু}}ৰ কাসৰৰ প্ৰদেশ বিলাকত মাটি সদাই তুষাৰেৰে ঢকা থাকে;