পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
[বট সম্পাদনা] নিকাৰকণ
 
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৭২|প্ৰাকৃত-ভুগোল।|}}
{{rh|৭২|প্ৰাকৃত-ভুগোল। |}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
পৰা যিমান ভাপ ওলায়, সকলো পানী-কণিকা হয়। নৈৰ ওপৰত

বা পাৰত কুঙলি বেচিকৈ দেখা যায়, কাৰণ ৰ পৰা ভাপ বেচি

পৰিমাণে উঠে।
পৰিমাণে উঠে।

{{gap}} হিমালয় পৰ্ব্বতৰ শৃঙ্গ বিলাকত আ{{বঙালী ৰু}} কাশ্মীৰ, তিব্বত, ইংলণ্ড

ইত্যাদি উত্তৰৰ দেশ বিলাকত জাৰ কালি ওপৰৰ পৰা তুলাৰ নিচিনা

শুকুলা আ{{বঙালী ৰু}} কোমল এবিধ ঘন পানী পৰে। চত মহীয়া তুলা সৰিবৰ

সময়ত সিমলু গছনিৰ তললৈ গলে ইয়াৰ কিছু ভাৱ পোৱা হয়।

এই ঘন পানীৰ টোপা বিলাকসিমলু তুলাৰ দৰে লাহে লাহে নামি

আহি ঘৰ, চোতাল, বননি, গছনি, খাল, বাম সকলোকে ঢাকি শুকুলা

কৰে, কিন্তু সেইয়ে ঘণকৈ আ{{বঙালী ৰু}} কণ-কণকৈ সোপা-সোপে পৰে।

এই দৰে কেবা দিনো ৰাতিপুৱা আ{{বঙালী ৰু}} ৰাতি এই তুলা সদৃশ পানী

বৰষি অন্তত খাল বাম সমান কৰে। ধূনা-তুলা, উড়ি যোৱাৰ দৰে

২৩ নং শাৰী: ২৩ নং শাৰী:
গছকত টান মাৰি সুন্দৰ শিলাময় পথ এটি হয়, আ{{বঙালী ৰু}} তাৰ ওপৰে

চকা নোহাৱা এবিধ শকটত মানুহ উঠি কুকুৰৰ হতুৱাই ঘোড়াৰ

বেগেৰে টনাই যায়।
বেগেৰে টনাই যায়।

{{gap}} সিমলু তুলাৰ নিচিনা আকাশৰ পৰা নামি অহা ঘন পানীকে