পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাৰকণ
 
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৭০|প্ৰাকৃত-ভূগোল।|}}
{{rh|৭০|প্ৰাকৃত-ভূগোল। |}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
নেদেখা কৈয়ে বুঢ়া হৈ মৰি গৈছে। বৰষুণৰ পৰিবৰ্ত্তে তাত ডাঠ

কৈ হিম পৰে। এই বিলাক দেশক “নিৰ্ব্বৰ্ষ” বা “বৰষুণ নোহোৱা”

দেশ বোলে।
দেশ বোলে।

{{gap}} একে সময়তে একে দেশৰে এফালে বাৰিষা, এফালে খৰালি

১৭ নং শাৰী: ১৭ নং শাৰী:
পাশ্চাত্য বায়ু-মণ্ডলত থকা দেশ বিলাকৰ পূব ভাগতকৈ পশ্চিম

ভাগত বৰষুণ বেচি। পৃথিবীৰ সকলো ঠাইতকৈ আসাম দেশত

বৰষুণ বেচি বুলি প্ৰসিদ্ধ আছে।
বৰষুণ বেচি বুলি প্ৰসিদ্ধ আছে।

{{gap}} কোন ঠাইত কিমান বৰষুণ পৰে তাক ঠিক কৰা এটা যন্ত্ৰ আছে।

তাক বৃষ্টি-মান যন্ত্ৰ কয়। সাধাৰণতে সি এটা থিয় কৰিয়াৰ নিচিনা

পাত্ৰ; তাৰ মুখ তলী সমান বহল; তাৰ গাৰ পৰা ওলোৱা স{{বঙালী ৰু}} এটী