২,৯৩৪
টা সম্পাদনা
([বট সম্পাদনা] নিকাৰকণ) |
|||
শিৰোনামা (noinclude): | শিৰোনামা (noinclude): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
− | {{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ।|৬৭}} |
+ | {{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ। |৬৭}} |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
− | পৰা উৎপন্ন; সেই সাতোটি বৰণ ইন্দ্ৰ-ধনুত দেখিবলৈ পোৱা যায়। |
+ | পৰা উৎপন্ন; সেই সাতোটি বৰণ ইন্দ্ৰ-ধনুত দেখিবলৈ পোৱা যায়। |
সূৰ্য্য কিৰণ নানা প্ৰকাৰে মেঘৰ ওপৰত বিক্ষিপ্ত আ{{বঙালী ৰু প্ৰতিফলিত |

||
হৈ কোনোটী প্ৰকাশ পায় আ{{বঙালী ৰু}} কোনোটী বিলুপ্ত হয়। যি বৰ্ণ |

ব্যক্ত থাকে সেই বৰ্ণকে মেঘত দেখা যায়। এই বিষয়ে বাহুল্যি- |

{{বঙালী ৰূ}}পে জানিবলৈ হলে পদাৰ্থ-বিদ্যাৰ আলোক বিষয়ক ৰচনী পাঠ |

− | কৰা উচিত। |
+ | কৰা উচিত। |
{{gap}}মেঘৰ কণিকা-কণিকা পানী টোপা বিলাক গোট খাই ডাঙ্গৰ |

১৪ নং শাৰী: | ১৪ নং শাৰী: | ||
{{gap}}(১) উষ্ণ-মণ্ডলত ভাপ বেচি এই নিমিত্তে তাত তাপো |

বেচিকৈ উঠে আ{{বঙালী ৰু}} বৰষুণো সৰহ। তাৰ পৰা উত্তৰ দক্ষিণলৈ |

− | ক্ৰমে কম। |
+ | ক্ৰমে কম। |
{{gap}}(২) সমান ঠাইতকৈ পৰ্ব্বতীয়া ঠাইত বেচি বৰষুণ হয় তাৰ |

− | কাৰণ ওপৰত উল্লেখ কৰা হৈছে। |
+ | কাৰণ ওপৰত উল্লেখ কৰা হৈছে। |
{{gap}}(৩) সাগৰৰ ভাপে প্ৰথমতে সাগৰৰ দাঁতিৰ প্ৰদেশ বিলাক পায়; |

এই হেতু অন্তৰৰ ঠাই বিলাকতকৈ সাগৰৰ দাঁতিৰ দেশ বিলাকত |

বৰষুণ সৰহ। এই তিনি নিয়মেৰেই যেই সেই ঠাইৰ বৰষুণৰ পৰি- |

− | মাণৰ প্ৰভেদ হয়। |
+ | মাণৰ প্ৰভেদ হয়। |
{{gap}} মোঙ্গলীয়াৰ গোবি ম{{বঙালী ৰু}} প্ৰদেশ, তিব্বত দেশৰ অধিত্যক, পাৰস্য |

দেশৰ মাজভাগ, আৰৰ দেশৰ উত্তৰ ভাগ, মিশৰ দেশৰ সাহাৰা |

ম{{বঙালী ৰু}}ভূমি প্ৰভৃতি কোনো কোনো ঠাইত প্ৰায় কেতিয়াও বৰষুণ |

− | নহয়। এই বিলাকৰ কোনো ঠাইত |
+ | নহয়। এই বিলাকৰ কোনো ঠাইত ২০। ৩০ বছৰৰ অন্তৰত দুজাক |
বা এজাক, কোনো ঠাইত বছৰত দুজাক মান বৰষুণ হয়। পি{{বঙালী ৰু}} |

দেশত বৰষুণ হোৱা এটা বৰ উৎপাতৰ কথা তাৰ অনেকে বৰষুণ |