"পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৭৯"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাৰকণ
([বট সম্পাদনা] নিকাৰকণ)
 
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ।|৬৭}}
+
{{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ। |৬৭}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
পৰা উৎপন্ন; সেই সাতোটি বৰণ ইন্দ্ৰ-ধনুত দেখিবলৈ পোৱা যায়।

সূৰ্য্য কিৰণ নানা প্ৰকাৰে মেঘৰ ওপৰত বিক্ষিপ্ত আ{{বঙালী ৰু প্ৰতিফলিত
 
হৈ কোনোটী প্ৰকাশ পায় আ{{বঙালী ৰু}} কোনোটী বিলুপ্ত হয়। যি বৰ্ণ
 
ব্যক্ত থাকে সেই বৰ্ণকে মেঘত দেখা যায়। এই বিষয়ে বাহুল্যি-
 
{{বঙালী ৰূ}}পে জানিবলৈ হলে পদাৰ্থ-বিদ্যাৰ আলোক বিষয়ক ৰচনী পাঠ
 
কৰা উচিত।
+
কৰা উচিত।
   
{{gap}}মেঘৰ কণিকা-কণিকা পানী টোপা বিলাক গোট খাই ডাঙ্গৰ
 
১৪ নং শাৰী: ১৪ নং শাৰী:
 
{{gap}}(১) উষ্ণ-মণ্ডলত ভাপ বেচি এই নিমিত্তে তাত তাপো
 
বেচিকৈ উঠে আ{{বঙালী ৰু}} বৰষুণো সৰহ। তাৰ পৰা উত্তৰ দক্ষিণলৈ
 
ক্ৰমে কম।
+
ক্ৰমে কম।
   
{{gap}}(২) সমান ঠাইতকৈ পৰ্ব্বতীয়া ঠাইত বেচি বৰষুণ হয় তাৰ
 
কাৰণ ওপৰত উল্লেখ কৰা হৈছে।
+
কাৰণ ওপৰত উল্লেখ কৰা হৈছে।
   
{{gap}}(৩) সাগৰৰ ভাপে প্ৰথমতে সাগৰৰ দাঁতিৰ প্ৰদেশ বিলাক পায়;
 
এই হেতু অন্তৰৰ ঠাই বিলাকতকৈ সাগৰৰ দাঁতিৰ দেশ বিলাকত
 
বৰষুণ সৰহ। এই তিনি নিয়মেৰেই যেই সেই ঠাইৰ বৰষুণৰ পৰি-
 
মাণৰ প্ৰভেদ হয়।
+
মাণৰ প্ৰভেদ হয়।
   
{{gap}} মোঙ্গলীয়াৰ গোবি ম{{বঙালী ৰু}} প্ৰদেশ, তিব্বত দেশৰ অধিত্যক, পাৰস্য
 
দেশৰ মাজভাগ, আৰৰ দেশৰ উত্তৰ ভাগ, মিশৰ দেশৰ সাহাৰা
 
ম{{বঙালী ৰু}}ভূমি প্ৰভৃতি কোনো কোনো ঠাইত প্ৰায় কেতিয়াও বৰষুণ
 
নহয়। এই বিলাকৰ কোনো ঠাইত ২০।৩০ বছৰৰ অন্তৰত দুজাক
+
নহয়। এই বিলাকৰ কোনো ঠাইত ২০। ৩০ বছৰৰ অন্তৰত দুজাক
 
বা এজাক, কোনো ঠাইত বছৰত দুজাক মান বৰষুণ হয়। পি{{বঙালী ৰু}}
 
দেশত বৰষুণ হোৱা এটা বৰ উৎপাতৰ কথা তাৰ অনেকে বৰষুণ
 
২,৯৩৪

টা সম্পাদনা