পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৭৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাৰকণ
 
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ।|৬৭}}
{{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ। |৬৭}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১৩ নং শাৰী: ১৩ নং শাৰী:
পমি নাইকিয়া হয়। কিন্তু নপমি যদি ক্ৰমে বাঢ়ি থাকে আ{{বঙালী ৰু}}

ঘাইকৈ যদি তাৰ ওপৰত অলক মেঘ ওলায় তেন্তে বৰষুণ বা ধুমুহা

হবৰ সম্ভব।
হবৰ সম্ভব।

{{gap}} স্তুপ মেঘ সূৰ্য্য অস্ত হোৱাৰ পাছত ওলায় আ{{বঙালী ৰু}} সূৰ্য্যোদয়ৰ সময়ত

গুছে। ই তৰপে তৰপে সমান হৈ পথালি ভাৱে থাকে। ইয়াক

ওপৰত কৈ অহা দুইও বিধতকৈ চাপৰত দেখি। ইয়াক শৰৎ কালত

সৰহকৈ দেখা যায়; আ{{বঙালী ৰু}} ই বসন্তত প্ৰায় নাথাকে।

{{gap}} বৰ্ষপদ মেঘ বা ডাৱৰ; যদিও কোনো ইয়াক মূল মেঘ বুলি

ধৰে, ই যথাৰ্থ পক্ষে ওপৰৰ তিনিও বিধৰ যোগৰ পৰা উৎপন্ন হয়।

ইহাৰ কোনো নিশ্চিত আকৃতি নাই অৱস্থামতে নানা আকৃতি লয়।

ইয়াৰ বৰণ ভস্মৰ নিচিনা আ{{বঙালী ৰু}} কাসৰটো উঠা-নমা। দেখিবলৈ

জুইৰ ধোঁৱাৰে সৈতে একে; ই এটাই বিধতকৈ তলত থাকে; মাটিৰ