পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৭৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাৰকণ
 
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৬৬|প্ৰাকৃত-ভুগোল।|}}
{{rh|৬৬|প্ৰাকৃত-ভুগোল। |}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১৭ নং শাৰী: ১৭ নং শাৰী:
{{gap}} ১। তলৰ পৰা আপেক্ষিক তপত বায়ু, সমুদ্ৰ, নদী, মাটি, পাতি

ইত্যাদিৰ পৰা উঠা ভাপেৰে প্ৰায় পূৰ্ণ-সিক্ত হৈ, ওপৰলৈ গৈ চেঁচা

প্ৰদেশ পালে মেঘ হয়।
প্ৰদেশ পালে মেঘ হয়।

{{gap}} ২। বেগেৰে বায়ু তলৰ পৰা ওপৰলৈ উঠি গলে ওপৰত লঘু

চাপ পোৱা মাত্ৰ স্ফীত হয় আ{{বঙালী ৰু}} আয়তন বঢ়াত চেঁচা হৈ পূৰ্ব্বৰ

সমান ভাপ ৰাখিব নোৱাৰাত কিছুমান পানী-কণিকা বা মেঘ হয়।

{{gap}} ৩। তপত বায়ুৰ সোঁত আ{{বঙালী ৰু}} চেঁচা বায়ুৰ সোঁত মিহলি হলেও

মেঘ হয়। কাৰণ উপলব্ধ মিশ্ৰ বায়ুৰ তাপ দুইৰো গড়।

{{gap}} মেঘ বিলাকৰ আকৃতি অনুসৰি হাৱাৰ্ড চাহাবে প্ৰধান কৈ চাৰি