পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/২৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] নিকাৰকণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
<center>{{xx-larger|'''দ্বিতীয় প্ৰকৰণ।'''}}
<center>{{xx-larger|'''দ্বিতীয় প্ৰকৰণ। '''}}
{{Css image crop
{{Css image crop
|Image = অসমীয়া_ল'ৰাৰ_প্ৰাকৃত-ভূগোল.djvu

১১ নং শাৰী: ১১ নং শাৰী:
|Description =
|Description =
}}
}}
{{larger|বায়ু আ{{বঙালী ৰু}} তাৰ ওপৰত সূৰ্য্যৰ ক্ৰিয়া।}}<br/>
{{larger|বায়ু আ{{বঙালী ৰু}} তাৰ ওপৰত সূৰ্য্যৰ ক্ৰিয়া। }}<br/>

দ্বিতীয় অধ্যায়। {{gap}} বায়ুমণ্ডল।</center>
দ্বিতীয় অধ্যায়। {{gap}} বায়ুমণ্ডল। </center>

{{Css image crop
{{Css image crop
২৫ নং শাৰী: ২৫ নং শাৰী:
|Location = left
|Location = left
|Description =
|Description =
}}{{dropinitial|গতত|1.6em|0em|0.2em}} তিনি অৱস্থাৰ পদাৰ্থ আছে— কঠিন, তৰল, বাষ্পীয়। কঠিন পদাৰ্থ বিলাকৰ প্ৰধান গুণ এই যে তাৰ পৰমাণু বিলাক ইটেসিটে এই দৰে আঁট থোৱা আছে যে তাঁহাতক এ{{বঙালী ৰু}}ৱাবলৈ কিছু শক্তি লাগে, যেনে কাঠ, ইটা, শিল, মম, লা ইত্যাদি। তৰল পদাৰ্থৰ পৰমাণু বিলাক আঁট খোৱা নহয়; তাহাতক এ{{বঙালী ৰু}}ৱাবলৈ একো শক্তিৰ আৱশ্যক নাই; এক পাত্ৰৰ পৰা আন পাত্ৰলৈ ঢালিলেই বিভিন্ন হয়; যেনে পানী, গাখিৰ, পাৰদ, তেল ইত্যাদি। কঠিন পদাৰ্থৰ আকৃতি পৰিবৰ্ত্তন কৰা টান, কিন্তু তৰল পদাৰ্থে যি পাত্ৰত ৰখা যায় সেই পাত্ৰৰ আকৃতি {{SIC|তেতিযাই|তেতিয়াই}} লয়; কেৱল তাৰ ওপৰভাগ সদাই সমতল থাকে; বাষ্পীয় বস্তুৰ পৰমাণু বিলাক অকল যে এৰোৱা এনে নহয় তাৰ বাজেও সিহঁতে পৰস্পৰক বাহিৰলৈ ঠেলি থাকে। এই নিমিত্তে সিহঁতক একে লগে ৰখাহে টান। তৰল বস্তুৰ নিচিনাকৈ বাষ্পীয় বস্তুৰো আকৃতি পাত্ৰৰ অনুযায়ী কিন্তু তাৰ ওপৰভাগ সমতল নহয়; বৰং কোনো চাপ বা হেচাদি নথলে তাৰ পৰমাণু বিলাক ক্ৰমে আঁতৰ হৈ ছিন্ন ভিন্ন হয়। প্ৰায় বাষ্পীয় বস্তুৰ বৰণ নাই। মাত্ৰ গোটা দিয়েক বাষ্পৰ বৰণ আছে। বৰণ নথকা বাবে তাক দেখা নাযায়; নেদেখা হেতু তৰল আ{{বঙালী ৰু}} কঠিন পদাৰ্থৰ বাহিৰে যে আ{{বঙালী ৰু}} আন অৱস্থাৰ পদাৰ্থ আছে তাক নজনা মানুহৰ নিমিত্তে পতিওৱা টান। তেও ধোঁৱাৰে পৰা বাস্পৰ আকৃতি প্ৰতি কিছু বুজিব পাৰি। আ{{বঙালী ৰু}}