পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাৰকণ
 
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|২|প্ৰাকৃত-ভূগোল।|}}
{{rh|২|প্ৰাকৃত-ভূগোল। |}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১০ নং শাৰী: ১০ নং শাৰী:
সেই পম খেদি নিলে কিবাহব এখন নতুন জ্ঞানৰ ৰাজ্যত ওলাবগৈ

যি ৰাজ্যত কোনোএ কেতিয়াও প্ৰবেশ কৰা নাই। ভাত পিটিকি

চালেই সিজাৰ প্ৰমাণ, খালৰ পানী নাখুটিৰে জুখিলেই প্ৰমাণ।

কিন্তু ইয়াত লিখা কথা বিলাক, পতিযাবলৈ যি প্ৰমাণ চাব লাগিব

সি ক্ষনতেকীয়া নহয়, এদিনে বা এমাতেও প্ৰমাণ চাব নোৱাৰি।

এবছৰকি তাততকৈ অধিক কাল ব্যাপি প্ৰমাণ চালেহে কোনো

এটা সিদ্ধান্ত কৰিব পাৰিবা। প্ৰথমতে, জানিবৰ নিমিত্তে হেপাহ,

১৮ নং শাৰী: ১৮ নং শাৰী:
তিনি বিষয় তোমালোকৰ পৰা হৈ উঠিলে মোৰ পৰিশ্ৰম যথেষ্টৰূপে

সফল হব বুলি ভাবিছো আৰু আশাকৰোঁ সেইএ হলেই

তোমালোকৰৰ মন মুকলি হব।
তোমালোকৰৰ মন মুকলি হব।

{{gap}} যি শাস্ত্ৰত পৃথিবী পৃষ্ঠৰ আকৃতি প্ৰকৃতি, আৰু সেই আকৃতি