২,৯৬৮
টা সম্পাদনা
(→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অসমৰ বুৰঞ্জী ভিতৰুৱাল ফুকন, বৰফুকন, পৰ্বতীয়া ভট..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) |
([বট সম্পাদনা] নিকাৰকণ) |
||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
অসমৰ বুৰঞ্জী |
অসমৰ বুৰঞ্জী |
||
− | ভিতৰুৱাল ফুকন, বৰফুকন, পৰ্বতীয়া ভট্টাচাৰ্য |
+ | ভিতৰুৱাল ফুকন, বৰফুকন, পৰ্বতীয়া ভট্টাচাৰ্য গোৰ্সাই এইসকলৰ ঘৰত মোৱামৰীয়াই |
− | জুই দিবলৈ ধৰিলে। সেই ঘটনাই নগৰত |
+ | জুই দিবলৈ ধৰিলে। সেই ঘটনাই নগৰত তোলপাৰ লগালে। ঘাইমন্ত্ৰী কশেৰ |
− | + | বৰপাত্ৰগোহাঞি ডাক্ষৰীয়াই আকৌ মোৱামৰীয়াৰ বিদ্ৰোহৰ আগন্তক আনি, আৰু |
|
− | পূৰে মৰাণ |
+ | পূৰে মৰাণ বিদ্ৰোহত ভাঙ্গৰীয়া বিষয়াৰ দুৰ্দশাৰ কথালৈ সুৱৰি চাই, ভয়ত ভটিয়াই |
− | পলাই আত্মৰক্ষা কৰিলে। তেওঁ ভটিয়াই |
+ | পলাই আত্মৰক্ষা কৰিলে। তেওঁ ভটিয়াই যোৱাত, ঘনশ্যাম বুঢ়াগোহাঞি ডাক্ষৰীয়াই, |
− | ঐঃ ১৭৮২ চনত, ঘাই-মন্ত্ৰীৰ বাৰ লৈ, নানা কৌশলেৰে |
+ | ঐঃ ১৭৮২ চনত, ঘাই-মন্ত্ৰীৰ বাৰ লৈ, নানা কৌশলেৰে বিদ্ৰোহী বিলাকক দমন কৰি |
− | আকৌ ৰাজ্যত শান্তি স্থাপন কৰিলে। |
+ | আকৌ ৰাজ্যত শান্তি স্থাপন কৰিলে। |
− | | |
+ | | মোৱামৰীয়াৰ ২য় বিদ্ৰোহ-প্ৰথমবাৰৰ বিয়োহত মোৱামৰীয়াবিলাকে |
− | ঘনশ্যাম |
+ | ঘনশ্যাম বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ কৌশল ভেদিব নোৱাৰি উলটি পলাল যদিও, |
− | সিবিলাকৰ মন নাগিল |
+ | সিবিলাকৰ মন নাগিল; সিবিলাকে তলে তলে আকৌ ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে। |
− | + | মোৱামৰীয়াবিলকে গৌৰীনাথসিংহ স্বৰ্গদেৱৰ অত্যাচাৰৰ প্ৰতিশোধ দিবৰ নিমিতে |
|
− | + | দৃঢ়প্ৰতিজ্ঞ হৈ এইবাৰৰ আয়োজনত একাণপতীয়া মনোযোগ দি লাগিলে। এনে |
|
− | সমস্যাত, ঘনশ্যাম ডাঙ্গৰীয়াৰ মৃত্যু |
+ | সমস্যাত, ঘনশ্যাম ডাঙ্গৰীয়াৰ মৃত্যু হোৱাত, তেওঁৰ ডেকা পুত্ৰ পূৰ্ণানন্দ গোহাঞিদেয় |
− | নতুনকৈ |
+ | নতুনকৈ বুঢ়াগোহাঞি ডাঙ্গৰীয়া হয়। এই কথাত অধিক বল পাই, মোৱামৰীয়াবিলাক |
− | চালি ধৰি উঠিল, আৰু |
+ | চালি ধৰি উঠিল, আৰু খ্ৰীঃ ১৭৮৭ চনত, দেখাদেখিকৈয়ে বিদ্ৰোহ উপস্থিত কৰি, |
− | + | মোৱামৰীয়াবিলাকে চাৰিওফালৰপৰা নগৰ বেৰি ধৰিলেহি। * ভেকা মহামন্ত্ৰী পূৰ্ণানন্দ |
|
− | + | বুঢ়াগোহাঞি ডাঙ্গৰীয়া এজন বৰ বিচক্ষণীয়া বুদ্ধিৰ পুৰুষ আছিল। হঠাৎ বিপদে |
|
− | + | গ্ৰাস কৰিবলৈ ধৰা যেন দেখিও, তেওঁ বিচলিত নহল। তেওঁ ধীৰভাৱে এজাক ৰণুৱা |
|
− | সজাই |
+ | সজাই মোৱামৰীয়াবিলাকৰ লগত ৰণ দিবলৈ পঠিয়ালে। কিন্তু মোৱামৰীয়াবিলাক |
− | এইবাৰ বিষম বিক্ৰমেৰে আহিছিল |
+ | এইবাৰ বিষম বিক্ৰমেৰে আহিছিল; ৰাজকীয় সেনাই সিবিলাকৰ আগত সৰপৰ |
− | ঠাৱৰিব |
+ | ঠাৱৰিব নোৱাৰিলে। মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়া ইমানতো চঞ্চল নহল, |
− | তেওঁ নানা ঠাইত |
+ | তেওঁ নানা ঠাইত আহোম কোঠ মৰাই মোৱামৰীয়াৰে সৈতে ৰণ দিবলৈ ধৰিলে (১; |
− | ইতিমধ্যত স্বৰ্গদেৱক গুৱাহাটীৰ ফালে সৈন্য-সামন্ত |
+ | ইতিমধ্যত স্বৰ্গদেৱক গুৱাহাটীৰ ফালে সৈন্য-সামন্ত যোগাৰ কৰিবৰ অৰ্থে পঠিয়াই লৈ, |
নিজে নানা কৌশলৰে নগৰ ৰক্ষা কৰিবলৈ ধৰিলে। ইফালে নগৰৰ বাহিৰত |
নিজে নানা কৌশলৰে নগৰ ৰক্ষা কৰিবলৈ ধৰিলে। ইফালে নগৰৰ বাহিৰত |
||
− | + | মোৱামৰীয়াবিলাকে যুদ্ধত জয় হোৱাৰ ঢৌ তুলি দি, ভৰতসি হ নামেৰে মটক এটাক |
|
− | ৰা বুলি ঘোষণা কৰিলে; আৰু সৰ্বানন্দ নামেৰে আন এটা মটকক |
+ | ৰা বুলি ঘোষণা কৰিলে; আৰু সৰ্বানন্দ নামেৰে আন এটা মটকক মোৱামৰীয়াৰ |
− | ৰাজ্যৰ গৰাকী পাতিলে। স্বৰ্গদেৱ গুৱাহাটীলৈ ভটিয়াই |
+ | ৰাজ্যৰ গৰাকী পাতিলে। স্বৰ্গদেৱ গুৱাহাটীলৈ ভটিয়াই যোৱাৰ বাতৰি পাই, পূৰ্বে |
− | তলতীয়া হৈ থকা কছাৰী, জয়ন্তা আৰু ৰহৰ ৰজা এই সকলেও মূৰ |
+ | তলতীয়া হৈ থকা কছাৰী, জয়ন্তা আৰু ৰহৰ ৰজা এই সকলেও মূৰ জোকাৰি উঠিলে। |
এইদৰে চাৰিওফালৰপৰা বিপদে বেৰি ধৰাত, স্বৰ্গদেৱে অগত্যা বৰফুকনৰে সৈতে |
এইদৰে চাৰিওফালৰপৰা বিপদে বেৰি ধৰাত, স্বৰ্গদেৱে অগত্যা বৰফুকনৰে সৈতে |
||
যুগুতি কৰি, গুৱাহাটীৰপৰাই পানীফুকন আৰু ঢেকীয়াল ফুকনৰ লগত কিছুমান সৈন্য |
যুগুতি কৰি, গুৱাহাটীৰপৰাই পানীফুকন আৰু ঢেকীয়াল ফুকনৰ লগত কিছুমান সৈন্য |
||
| + মিল,sir Edward Gait’s History of Assam," Page 19, |
| + মিল,sir Edward Gait’s History of Assam," Page 19, |
||
− | (১) চি-কোঠ ( |
+ | (১) চি-কোঠ (বুঢ়াগোহাঞি ডাক্ষৰীয়াৰ ঘাই কে-কোঠ), আপৰিভিটা, যুন-হাট, খবৰী, |
− | গড়, সোণাই নৈ, গৌৰীসাগৰ, শগুণমূৰী, টায়াৰপাৰ, |
+ | গড়, সোণাই নৈ, গৌৰীসাগৰ, শগুণমূৰী, টায়াৰপাৰ, মাছখোৱাগড়, জয়সাগৰ, আলিৰুেৰী, মিজান, |
− | মেৎে কপৌখাট, নামডাং, |
+ | মেৎে কপৌখাট, নামডাং, গোলাঘাট, দেওলি, চামগুৰি, কছাৰীহাট, ৰণৰাম, কলিয়াবৰ, চুটি , |
− | চৰাইবাহ, যোৰহাট, টীয়ক, চা, ফৈয়াং, চেইনীজলি, ৰি, মৰজি, কাজলী, |
+ | চৰাইবাহ, যোৰহাট, টীয়ক, চা, ফৈয়াং, চেইনীজলি, ৰি, মৰজি, কাজলী, আক্ৰো টাৰ্য্যৰ বালি, |
তিনি। |
তিনি। |
টা সম্পাদনা