২,৯৬৮
টা সম্পাদনা
(→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৮ অসমৰ মূখী লাই সন্দিকৈৰ ঘৰৰ বাৰমুৱাক নাওবৈচা ফু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) |
([বট সম্পাদনা] নিকাৰকণ) |
||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
৮ |
৮ |
||
অসমৰ মূখী |
অসমৰ মূখী |
||
− | লাই সন্দিকৈৰ ঘৰৰ বাৰমুৱাক নাওবৈচা ফুকন ইত্যাদি নতুনকৈ কিছুমান |
+ | লাই সন্দিকৈৰ ঘৰৰ বাৰমুৱাক নাওবৈচা ফুকন ইত্যাদি নতুনকৈ কিছুমান আহোম |
− | বিষয় পতা হল।(১)। |
+ | বিষয় পতা হল। (১)। |
− | | যিহং বা কলিতাফুকনৰ |
+ | | যিহং বা কলিতাফুকনৰ বিদ্ৰোহ-মৰাণ বিদ্ৰোহৰ সময়ত মিহং নামেৰে |
− | নাৰায়ণপুৰত এজন কলিতা বিষয়া আছিল। তেওঁ মৰাণ-মনত ৰৰ কাম দিছিল। |
+ | নাৰায়ণপুৰত এজন কলিতা বিষয়া আছিল। তেওঁ মৰাণ-মনত ৰৰ কাম দিছিল। |
− | সেই কাজুৱা গুণৰ বাৰেই বৰ্গদেৱে ভাৰীয়াসকলৰ কথা মতে তেওঁক ফুকন পাতে। |
+ | সেই কাজুৱা গুণৰ বাৰেই বৰ্গদেৱে ভাৰীয়াসকলৰ কথা মতে তেওঁক ফুকন পাতে। |
− | আদিতে তেওঁ |
+ | আদিতে তেওঁ বৰগোহাঞি মেলৰ বিলতীয়া পাইক আছিল। সেই আপাহতে কলিতা- |
ফুকন অৰ্গদেৱৰ ওচৰত অতি বল্পত খাটনিয়াৰ হৈ উঠিল। ভাৰীসকলক তেওঁ |
ফুকন অৰ্গদেৱৰ ওচৰত অতি বল্পত খাটনিয়াৰ হৈ উঠিল। ভাৰীসকলক তেওঁ |
||
গণিতাকে নকৰা হ'ল। পিছে, তিনিওনা ভাঙ্গীয়াই একেলগে ৰচনাত বহি গোচৰ |
গণিতাকে নকৰা হ'ল। পিছে, তিনিওনা ভাঙ্গীয়াই একেলগে ৰচনাত বহি গোচৰ |
||
− | কৰাত, স্বৰ্গদেৱে ঐ ১৭৭৪ চনত কলিতাক ফুকন ভাজি |
+ | কৰাত, স্বৰ্গদেৱে ঐ ১৭৭৪ চনত কলিতাক ফুকন ভাজি লোহিতৰ উত্তৰ পাৰে তামোল |
− | বাৰীত |
+ | বাৰীত থোৱালে। কলিতাই বিস্তৰ কাকুতি কৰিও ডাঙ্গৰীয়াসকলৰপৰা মাডিকা |
− | নাপালে। শেহত, কলিতাই বিদ্ৰোহৰ ষড়যন্ত্ৰত ধৰিলে। তাতে |
+ | নাপালে। শেহত, কলিতাই বিদ্ৰোহৰ ষড়যন্ত্ৰত ধৰিলে। তাতে কোনো কোনো |
− | ভগা-ফুকন বৰুৱাৰ ল'ৰাও |
+ | ভগা-ফুকন বৰুৱাৰ ল'ৰাও সোমালগৈ। ৰাঘৰীয়া টেকেল। গলেও ধৰি ৰখা হয়। |
গতিকে, অগত্যা, কলিতা-ফুকনৰ বিৰুদ্ধে অভিযান পঠাবলগীয়া হ'ল। ৰাজকীয় সেনাই |
গতিকে, অগত্যা, কলিতা-ফুকনৰ বিৰুদ্ধে অভিযান পঠাবলগীয়া হ'ল। ৰাজকীয় সেনাই |
||
গৈ বেৰি ধৰাত কলিতা পলাই কেচামাটি পৰ্বতত সোমাল গৈ। তাৰপৰা ধৰি আনি |
গৈ বেৰি ধৰাত কলিতা পলাই কেচামাটি পৰ্বতত সোমাল গৈ। তাৰপৰা ধৰি আনি |
||
− | কলিতাক বন্দী কৰি |
+ | কলিতাক বন্দী কৰি থোৱা হয়। বাপেক-পুতেক দুইকো বন্দী কৰা হৈছিল। |
মিহঙ্গে কুটু-কৌশলেৰে বন্দীশালৰপৰা পলাই যাওঁতে ঢেকেৰেজুৰি নামে ঠাইত ধৰা |
মিহঙ্গে কুটু-কৌশলেৰে বন্দীশালৰপৰা পলাই যাওঁতে ঢেকেৰেজুৰি নামে ঠাইত ধৰা |
||
− | পৰিছিল; কিন্তু |
+ | পৰিছিল; কিন্তু কোনো কৌশল কৰি তেওঁ তাৰপৰাও এৰাই গৈ ভফলা-পৰ্বতত |
− | উঠিল গৈ। পিচে, ডফলাহঁতে |
+ | উঠিল গৈ। পিচে, ডফলাহঁতে আশ্ৰয় দিবলৈ মান্তি নোহোৱাত, মিহং ভটিয়াই যাবলৈ |
− | ওলাইছিল |
+ | ওলাইছিল; এনেতে ৰাজকীয় সেনাই ধৰা পেলাই বাপেক-পুতেক দুইকো সাজোৰ |
লগাই নগৰলৈ আনিছিল, এনেতে বাটতে ৰাতি চোৰে কাটিলে। * |
লগাই নগৰলৈ আনিছিল, এনেতে বাটতে ৰাতি চোৰে কাটিলে। * |
||
− | মৰাণৰ বিতীয় |
+ | মৰাণৰ বিতীয় বিদ্ৰোহ-প্ৰথমবাৰ মৰাণ-বিদ্ৰোহ উঠাৰ আগতে কুণ্ডিলত |
− | বাহৰ এখন সাজিবলৈ ৰাজকীয় মানুহ হাজাৰদিয়েক |
+ | বাহৰ এখন সাজিবলৈ ৰাজকীয় মানুহ হাজাৰদিয়েক লগোৱা হৈছিল; প্ৰথম বিদ্ৰোহ |
− | ফলাফল শুনি, হাতীচুদি মৰাণে সেই মানুহ ফলকৈ কাটিলে |
+ | ফলাফল শুনি, হাতীচুদি মৰাণে সেই মানুহ ফলকৈ কাটিলে; কিছুমান এৰাই আহিল। |
− | সেই আলমতে ৰজাৰ |
+ | সেই আলমতে ৰজাৰ গোলাগ ভাঙ্গি অলঙ্কাদি অনেক বয়-বস্তু মৰাণে লুটি নিলে। |
− | সেই সংবাদ পাই, স্বৰ্গদেৱৰ আদেশ অনুসৰি, ন-ফুকন, |
+ | সেই সংবাদ পাই, স্বৰ্গদেৱৰ আদেশ অনুসৰি, ন-ফুকন, গায়সোধা-ফুকন আৰু ভগা- |
− | দুৱলীয়া ফুকন এই তিনিক সসৈন্যে মৰাণৰ লগত ৰণ দিবলৈ পঠোৱা হয়। ৰণ টান। |
+ | দুৱলীয়া ফুকন এই তিনিক সসৈন্যে মৰাণৰ লগত ৰণ দিবলৈ পঠোৱা হয়। ৰণ টান। |
− | সিবিলাকে বলে |
+ | সিবিলাকে বলে নোৱাৰা যেন দেখি, নগৰলৈ বাতৰি দিলে। পিচে, স্বৰ্গদেৱে তিনিজনা |
− | ভাঙ্গৰীয়াৰে সৈতে |
+ | ভাঙ্গৰীয়াৰে সৈতে সমালোচন কৰি, মহামন্ত্ৰী কুঁগৈঞা ঘনশ্যাম বুঢ়াগোহাঞি ডাৰীয়াক |
− | বিপুল |
+ | বিপুল আয়োজনেৰে ৰণত যোগ দিবলৈ পঠিয়ালে। আগেয়ে যোৱা ফুকন সেনাপতি- |
− | সকলৰ ওপৰত ঘাই সেনাপতি হৈ, ভাঙ্গণীয়াই ৰণত |
+ | সকলৰ ওপৰত ঘাই সেনাপতি হৈ, ভাঙ্গণীয়াই ৰণত যোগ দিলেগৈ। পোনেই |
− | + | হোলোলাগুৰীয়া মৰাণ গাওঁ, তাৰ পাচত সচকৰী, বৰচকৰীভৃতি গাওঁ মাৰি আৰীয়াই |
|
− | + | আশিৰ্কেকুৰীত গড় দি ৰ'লগৈ। মৰাণ ভাগি হাৰি সোলগৈ। শেহাতত |
|
মৰাণে খাবলৈ নাপাই ওলাই আহি আপুনি বৰিলেহি (২)। ইয়াৰ পাচত, |
মৰাণে খাবলৈ নাপাই ওলাই আহি আপুনি বৰিলেহি (২)। ইয়াৰ পাচত, |
||
− | (১) মিল-অলা মুৰবাৰ “দুখুৰীয়া যুঞ্জী- পৃষ্ঠা। |
+ | (১) মিল-অলা মুৰবাৰ “দুখুৰীয়া যুঞ্জী- পৃষ্ঠা। |
* যিল-Sir Award Get's "Eitory of Asson, p 103. |
* যিল-Sir Award Get's "Eitory of Asson, p 103. |
||
(২) মিল- কানু, ৭৩, ৭০, ৭৫ পৃষ্ঠা। |
(২) মিল- কানু, ৭৩, ৭০, ৭৫ পৃষ্ঠা। |
টা সম্পাদনা