পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৫১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

a few spelling corrections; now ready for 'green' check
[বট সম্পাদনা] নিকাৰকণ
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
<center>আহােম ৰজাৰ ৰাজত্ব</center>
<center>আহোম ৰজাৰ ৰাজত্ব</center>
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৪ নং শাৰী: ৪ নং শাৰী:
চনলৈকে পাঁচজন স্বৰ্গদেৱৰ আমোলত উজনিৰপৰা নামনিৰ ফালে আহোম ৰাজ্য ক্ৰমাৎ

বিস্তাৰ হোৱাৰ সময়ত, সিফালে আৰ্য্যাৱৰ্ত্তত সঘনে মোগল আক্ৰমণ হবলৈ ধৰে। তেতিয়া

দিল্লী ৰাজধানীত খিলিজী বংশৰ জেলাউদ্দিন আৰু আলাউদ্দিন বৰ পৰাক্ৰমী ৰজা আছিল।

আলাউদ্দিনে ৰাজপুতনা জয় কৰি উঠি, চিতোৰ ৰাজ্যৰ অধিপতি ভীমসিংহক আক্ৰমণ

কৰে। সেই আপাহতে, ভীমসিংহৰ কুঁৱৰী পদ্মিনী ৰাণী প্ৰমুখ্যে ভালেমান ৰাজপুত

ৰমণীয়ে জলন্ত চিতাত পৰি তনুত্যাগ কৰে। সেই সময়তে দাক্ষিণাত্যতো মুছলমানৰ

আধিপত্য বিস্তাৰ হবলৈ ধৰে, আৰু আলাউদ্দিনৰ সেনাপতি কাফুৰে কৰ্ণাট, মালোৱা,

দেবগিৰি এইবোৰ ৰাজ্য জয় কৰি মুছলমানৰ দখললৈ আনে।

<center>{{larger|'''১ম, বিষয়াতন্ত্ৰ-শাসন'''}}</center>

১৭ নং শাৰী: ১৭ নং শাৰী:
চুতুফা স্বৰ্গদেৱৰ পাচত, খ্ৰীঃ ১৩৭৫ চনৰপৰা ১৩৮০ চনলৈকে, ৰজা নপতাকৈয়ে ৰাজ্য শাসন

কৰিবলৈ মনস্থ কৰিছিল। সেই পাঁচ বছৰ ৰজাৰ ডঁৰি নথকাত, শাসনৰ বান্ধ চিলা হৈ,

ৰাজ্যত বহু উৎপাত-অশান্তি হৈছিল।
ৰাজ্যত বহু উৎপাত-অশান্তি হৈছিল।

<center>{{larger|'''স্বৰ্গদেৱ ত্যাওখাম্‌থি'''}}</center>

২৬ নং শাৰী: ২৬ নং শাৰী:
থকাতো, ভ্ৰাতৃ-বৈৰী চুটিয়া ৰজাক প্ৰতিশোধ দিবৰ মনেৰে, তেওঁৰ ৰাজ্য আক্ৰমণ

কৰেগৈ। স্বৰ্গদেৱে সেই আক্ৰমণলৈ যাওঁতে, নিজৰ ৰাজ্যৰ শাসনভাৰ তেওঁৰ

বৰকুঁৱৰীৰ হাতত দি যায়। সেই সময়ত তেওঁৰ সৰুকুঁৱৰী সগৰ্ভা আছিল।

বৰকুঁৱৰী নিজে অপুত্ৰকা হোৱাৰ কাৰণে, সৰুকুঁৱৰীক পেটে-পেটে তেওঁ হিংসা

কৰিছিল। পাচলৈ সতিনীৰ ল'ৰা ৰজা হ’ব, সেই হিংসাত, ৰজাৰ অনুপস্থিতিৰ