পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৭৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|{{Xx-larger|নাৰায়ণ কৱচ।}}}}
{{center|{{Xx-larger|'''নাৰায়ণ কৱচ।'''}}}}
{{Block center|<poem>
{{Block center|<poem>
শুকনিগদতি শুনা সুভদ্ৰাৰ নাতি।
শুকনিগদতি শুনা সুভদ্ৰাৰ নাতি।
১০ নং শাৰী: ১০ নং শাৰী:
যাক পায়া ইন্দ্ৰে সৱে জিনিলা দৈত্যক॥
যাক পায়া ইন্দ্ৰে সৱে জিনিলা দৈত্যক॥
পুনু ত্ৰৈলোক্যৰ লক্ষ্মী পায়া সুৰপতি।
পুনু ত্ৰৈলোক্যৰ লক্ষ্মী পায়া সুৰপতি।
কৃষ্ণৰ প্ৰসাদে সবে ভৰিলা বিপত্তি॥
কৃষ্ণৰ প্ৰসাদে সবে তৰিলা বিপত্তি॥
হেন শুনি পৰীক্ষিতে পুছন্ত শুকত।
হেন শুনি পৰীক্ষিতে পুছন্ত শুকত।
কহিয়ো বান্ধব গুৰু মহা ভাগৱত॥
কহিয়ো বান্ধৱ গুৰু মহা ভাগৱত॥
তুমি বিনে মোৰ প্ৰাণ বন্ধু নাহি আন।
তুমি বিনে মোৰ প্ৰাণ বন্ধু নাহি আন।
কৰায়োক মোক কৃষ্ণ কথা মধু পান॥
কৰায়োক মোক কৃষ্ণ কথা মধু পান॥