পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৭৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>জৰ্পহাৰী নাম ৰাখে অৰ্জ্জুন সুধীৰ।
{{Block center|<poem>দৰ্পহাৰী নাম ৰাখে অৰ্জ্জুন সুধীৰ।
পশুপতি নাম ৰাখে গৰুড় মহাবীৰ॥
পশুপতি নাম ৰাখে গৰুড় মহাবীৰ॥
যুধিষ্ঠিৰে নাম ৰাখে দেৱ যদুবৰণ।
যুধিষ্ঠিৰে নাম ৰাখে দেৱ যদুবৰণ।
বিদুৰে ৰাখিল নাম কাঙ্গাল ঠাকুৰ॥
বিদুৰে ৰাখিলা নাম কাঙ্গাল ঠাকুৰ॥
বাসুকী ৰাখিল নাম দেৱ সৃষ্টি-স্থিতি।
বাসুকী ৰাখিলা নাম দেৱ সৃষ্টি-স্থিতি।
ধ্ৰুবলোকে নাম ৰাখে ধ্ৰুৱৰ সাৰথি॥
ধ্ৰুবলোকে নাম ৰাখে ধ্ৰুৱৰ সাৰথি॥
নাৰদে ৰাখিলা নাম গুৰু প্ৰাণধন।
নাৰদে ৰাখিলা নাম ভক্ত প্ৰাণধন।
ভীষ্মদেৱে নাম ৰাখে সত্য নাৰায়ণ॥
ভীষ্মদেৱে নাম ৰাখে সত্য নাৰায়ণ॥
সত্ভামায নাম ৰাখে সত্যৰ সাৰথি।
সত্যভামা নাম ৰাখে সত্যৰ সাৰথি।
জাম্বৱতী নাম ৰাখে দেৱ যুদ্ধাপতি॥
জাম্বৱতী নাম ৰাখে দেৱ যুদ্ধাপতি॥
বিশ্বামিত্ৰে নাম ৰাখে সংসাৰৰ সাৰ।
বিশ্বামিত্ৰে নাম ৰাখে সংসাৰৰ সাৰ।
অহল্যা ৰাখিলা নাম পাষান উদ্ধাৰ॥
অহল্যা ৰাখিলা নাম পাষাণ উদ্ধাৰ॥
ভৃগুমুনি নাম ৰাখে জগতৰ হৰি।
ভৃগুমুনি নাম ৰাখে জগতৰ হৰি।
পঞ্চমুখে ৰাম নাম গায় ত্ৰিপুৰাৰি॥
পঞ্চমুখে ৰাম নাম গায় ত্ৰিপুৰাৰি॥
কুজকেশী নাম ৰাখে বলি সদাচাৰী।
কুঞ্জকেশী নাম ৰাখে বলি সদাচাৰী।
প্ৰহ্লাদে ৰাখিলা নাম নৃসিংহ মুৰাৰি॥
প্ৰহ্লাদে ৰাখিলা নাম নৃসিংহ মুৰাৰি॥
দৈতাৰি দ্বাৰিকানাথ দাৰিদ্ৰভঞ্জন।
দৈত্যাৰি দ্বাৰিকানাথ দাৰিদ্ৰভঞ্জন।
দয়াময় দ্ৰৌপদীৰ লজ্জা নিবাৰণ॥
দয়াময় দ্ৰৌপদীৰ লজ্জা নিবাৰণ॥
স্বৰূপে সবাৰো হয় গোলোকত স্থিতি।
স্বৰূপে সবাৰো হয় গোলোকত স্থিতি।