পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৪ নং শাৰী: ৪ নং শাৰী:
বধ”ত আছে :—
বধ”ত আছে :—


{{Block center|<poem>“বীৰৰ উপৰি বীৰ কালৰ যে কাল।
{{Block center|<poem>
“বীৰৰ উপৰি বীৰ কালৰ যে কাল।
সত্বৰে হৰিক ভজা এৰি আল জাল॥
সত্বৰে হৰিক ভজা এৰি আল জাল॥
যিটো জঙ্ঘাসুৰ বীৰ ত্ৰৈলোক বিজয়।
যিটো জঙ্ঘাসুৰ বীৰ ত্ৰৈলোক বিজয়।
১৩ নং শাৰী: ১৪ নং শাৰী:
এতেকে ভক্তৰ যশ কৰিলা প্ৰচাৰ।”</poem>}}
এতেকে ভক্তৰ যশ কৰিলা প্ৰচাৰ।”</poem>}}


{{gap}}ভক্তিধৰ্ম প্ৰচাৰেই কাব্যৰ মূল প্ৰেৰণা। কবিয়ে এই কথা কেৱল
{{gap}}ভক্তিধৰ্ম্ম প্ৰচাৰেই কাব্যৰ মূল প্ৰেৰণা। কবিয়ে এই কথা কেৱল
ভক্তৰ কাৰ্য্য-কলাপৰ মাজেদিয়েই ফুটাই তোলা নাই; —বৈৰীসকলৰ
ভক্তৰ কাৰ্য্য-কলাপৰ মাজেদিয়েই ফুটাই তোলা নাই; বৈৰীসকলৰ
মুখেদিও সেই বাণী প্ৰচাৰ কৰিছে। শিৱ-ব্ৰহ্মা আদি সকলো দেৱতাৰ
মুখেদিও সেই বাণী প্ৰচাৰ কৰিছে। শিৱ-ব্ৰহ্মা আদি সকলো দেৱতাৰ
ভিতৰত বিষ্ণু বা কৃষ্ণয়েই যে শ্ৰেষ্ঠ—সেই কথাও প্ৰতীয়মান হৈছে।
ভিতৰত বিষ্ণু বা কৃষ্ণয়েই যে শ্ৰেষ্ঠ— সেই কথাও প্ৰতীয়মান হৈছে।
ব্ৰহ্মাৰ বৰ পায়ো অপৰিমিত শক্তিশালী খটাসুৰ বীৰৰ দ্ৰৌপদীৰ হাতত
ব্ৰহ্মাৰ বৰ পায়ো অপৰিমিত শক্তিশালী খটাসুৰ বীৰৰ দ্ৰৌপদীৰ হাতত
অবাঞ্ছনীয় ভাবে মৃত্যু মিলিছে—
অবাঞ্ছনীয় ভাবে মৃত্যু মিলিছে—


{{Block center|<poem>“অসুৰ বধিতে দেবীৰ ভৈলা মন।
{{Block center|<poem>
“অসুৰ বধিতে দেবীৰ ভৈলা মন।
... {{gap}} ... {{gap}} ... {{gap}} ... {{gap}} ...
... {{gap}} ... {{gap}} ... {{gap}} ... {{gap}} ...
দক্ষিণ হাতৰ পৰা খসাইলা কঙ্কণ।
দক্ষিণ হাতৰ পৰা খসাইলা কঙ্কণ।