পৃষ্ঠা:একুৰি এটা গল্প.pdf/৬৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২৭ নং শাৰী: ২৭ নং শাৰী:
দেখাদেখিকৈ এমুঠি খালেহে...।
দেখাদেখিকৈ এমুঠি খালেহে...।
<br/>
<br/>
{{gap}}{{gap}}—নালাগে বুজিছ? তয়ে ময়ে আজি দেখাদেখিকৈ খাওঁ আহ্। সিহঁতৰ দেৰি হ’ব। সিহঁতে আজি ক্লাবতে পোলাও মাংস খাই আহিব। ফোনটো দুলালেই ধৰিছিল। আহ্ বাঢ়হি ভাত... হৰেন নিস্তেজ খোজেৰে ভিতৰলৈ গ'ল। তাৰ পিছে পিছে মনোমতীও সোমাই আহিল। এতিয়াহে যেন তাইৰ গাটো বেয়া বেয়া লাগিছে। টেবুলৰ ওপৰত থকা ব্যঞ্জনৰ বাটিবোৰে যেন তাইক উপলুঙা কৰিছে। হৰেনো আহি ওচৰতে থিয় হ'ল। ওলাই আহিব খোজা চকুপানীখিনি হৰেনে দেখিব বুলি তাই দীঘল নিশ্বাস এটা টানি কাঁহী–বাটিত হাত দিলে।
{{gap}}{{gap}}—নালাগে বুজিছ?তয়ে ময়ে আজি দেখাদেখিকৈ খাওঁ আহ্। সিহঁতৰ
{{nop}}
দেৰি হ’ব। সিহঁতে আজি ক্লাবতে পোলাও মাংস খাই আহিব। ফোনটো দুলালেই
ধৰিছিল। আহ্ বাঢ়হি ভাত... হৰেন নিস্তেজ খোজেৰে ভিতৰলৈ গ'ল। তাৰ পিছে
পিছে মনোমতীও সোমাই আহিল। এতিয়াহে যেন তাইৰ গাটো বেয়া বেয়া লাগিছে।
টেবুলৰ ওপৰত থকা ব্যঞ্জনৰ বাটিবোৰে যেন তাইক উপলুঙা কৰিছে। হৰেনো
আহি ওচৰতে থিয় হ'ল। ওলাই আহিব খোজা চকুপানীখিনি হৰেনে দেখিব বুলি
তাই দীঘল নিশ্বাস এটা টানি কাঁহী–বাটিত হাত দিলে।