পৃষ্ঠা:একুৰি এটা গল্প.pdf/৬৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Xx-larger|{{center|আয়োজন}}}}
{{X-larger|{{center|'''আয়োজন'''}}}}
{{gap}}যোৱা ব'হাগ বিহুৰ এপষেকমান পাছতেই দুলাল বদলি হৈ তাৰ জন্মস্থান
<br/>
{{gap}}{{gap}}যোৱা ব'হাগ বিহুৰ {{SIC|এপযেকমান|এপষেকমান}} পাছতেই দুলাল বদলি হৈ তাৰ জন্মস্থান
বৰপেটালৈ অহাৰ পাছত মনোমতীৰ নিজান ঘৰখন ভৰি পৰিছে। চাৰিজনী ছোৱালী
বৰপেটালৈ অহাৰ পাছত মনোমতীৰ নিজান ঘৰখন ভৰি পৰিছে। চাৰিজনী ছোৱালী
আৰু এটা ল'ৰা ডাঙৰ কৰি চুলি পকোৱা মনোমতী আৰু হৰেনৰ দুলালহঁত ঘৰলৈ
আৰু এটা ল'ৰা ডাঙৰ কৰি চুলি পকোৱা মনোমতী আৰু হৰেনৰ দুলালহঁত ঘৰলৈ
১২ নং শাৰী: ১১ নং শাৰী:
একোকে নকৈছিল। কেৱল মনতে ভাবিছিল— যাহওক, যেয়ে যেনেকৈ থাক,
একোকে নকৈছিল। কেৱল মনতে ভাবিছিল— যাহওক, যেয়ে যেনেকৈ থাক,
ভগৱানে কুশলে ৰাখিলেই হল।'
ভগৱানে কুশলে ৰাখিলেই হল।'

<br/>
{{gap}}{{gap}}দুলাল আৰু ছন্দাৰ দুজনী ছোৱালী। দুয়োজনী এতিয়া গাভৰু হ'ল।
{{gap}}দুলাল আৰু ছন্দাৰ দুজনী ছোৱালী। দুয়োজনী এতিয়া গাভৰু হ'ল।
যোৱা বছৰ সি ইয়ালৈ বদলি হৈ অহাৰ পাছত বোৱাৰীয়েকেও কুমলীয়া গাভৰু
যোৱা বছৰ সি ইয়ালৈ বদলি হৈ অহাৰ পাছত বোৱাৰীয়েকেও কুমলীয়া গাভৰু
জীয়েক দুজনীক লৈ গুচি আহিছে। নাহিনো কি কৰিব? ভাৰাঘৰতহে আছিল
জীয়েক দুজনীক লৈ গুচি আহিছে। নাহিনো কি কৰিব? ভাৰাঘৰতহে আছিল
২৭ নং শাৰী: ২৬ নং শাৰী:
মাৰি মনোমতী আৰু হৰেনৰ মনৰ বতৰা ল’বলৈ তাৰ সময়ৰ বৰ অভাৱ হয়।
মাৰি মনোমতী আৰু হৰেনৰ মনৰ বতৰা ল’বলৈ তাৰ সময়ৰ বৰ অভাৱ হয়।
তথাপি যে ঘৰখন ভৰি আছে, সেয়ে বহুত।
তথাপি যে ঘৰখন ভৰি আছে, সেয়ে বহুত।

<br/>
{{gap}}{{gap}}বাৰাণ্ডাৰ চুক এটাত বহি এখৰাহী শাক আগত লৈ মনোমতীয়ে বহু
{{gap}}বাৰাণ্ডাৰ চুক এটাত বহি এখৰাহী শাক আগত লৈ মনোমতীয়ে বহু
কথাই সুঁৱৰি গ'ল। এডাল এডালকৈ শাকবোৰ বাছি ছিঙি যাওঁতে তাইৰ
কথাই সুঁৱৰি গ'ল। এডাল এডালকৈ শাকবোৰ বাছি ছিঙি যাওঁতে তাইৰ